JDSG College Students' Union

JDSG College Students' Union Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from JDSG College Students' Union, Bokakhat.

11/03/2024
11/10/2023
আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্র দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত অনুষ্ঠিত কৰা চিত্ৰাংক...
29/07/2022

আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্র দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাত জে.ডি.এছ.জি. মহাবিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰি Parvez Nawaz এ দ্বিতীয় স্থান আৰু Suman Karmakar এ চতুৰ্থ স্থান (উদগনিমূলক বঁটা) লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকলৈ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অসম যুৱ অলিম্পিকত জে.ডি.এছ.জি. মহাবিদ্যালয়ৰ ছাত্ৰ শ্ৰী মিন্টু দাসে জেভলিন থ্র'(Javelin Throw) প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক ল...
27/07/2022

অসম যুৱ অলিম্পিকত জে.ডি.এছ.জি. মহাবিদ্যালয়ৰ ছাত্ৰ শ্ৰী মিন্টু দাসে জেভলিন থ্র'(Javelin Throw) প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মিন্টু দাসলৈ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

সমতা সাহিত্য একাডেমী, ৰাষ্ট্ৰীয় সাহিত্য পৰিষদ ২০২১ এ সাহিত্য আৰু সমাজ সেৱাৰ বাবে জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্...
16/12/2021

সমতা সাহিত্য একাডেমী, ৰাষ্ট্ৰীয় সাহিত্য পৰিষদ ২০২১ এ সাহিত্য আৰু সমাজ সেৱাৰ বাবে জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা তথা আমাৰ শিক্ষাগুৰু শ্ৰী যুতা শান্তিছায়া বৰুৱা বাইদেউলৈ এক ৰাষ্ট্ৰীয় পুৰস্কাৰ 'শিক্ষক ৰত্ন সমতা পুৰস্কাৰ প্ৰদান কৰিব।অহা ১৯ ডিচেম্বৰ দেওবাৰে ৰাজস্থানৰ জয়পুৰত উক্ত পুৰস্কাৰ প্ৰদান কৰা হ'ব। এই খবৰে আমাক অতি আনন্দিত কৰি তুলিছে লগতে গৌৰৱান্বিত কৰি তুলিছে। বাইদেউ, আপোনাৰ এই কৃতিত্বৰ বাবে আপোনালৈ জনালো আন্তৰিক অভিনন্দন।

Notice for entry into 15 Days' Training Programme for TET appearing candidates (In collaboration with Career Counselling...
16/09/2021

Notice for entry into 15 Days' Training Programme for TET appearing candidates (In collaboration with Career Counselling Cell, JDSG College, Bokakhat)
টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা প্ৰাৰ্থীসকলৰ বাবে বিশেষ প্রশিক্ষণ কাৰ্যসূচীৰ জাননী।

আজিৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ (HS 1st Year) নামভৰ্ত্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হব।তলৰ লিংকত গৈ আবেদন কৰিব পাৰ...
16/08/2021

আজিৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ (HS 1st Year) নামভৰ্ত্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হব।

তলৰ লিংকত গৈ আবেদন কৰিব পাৰিব।
https://www.darpan.ahseconline.in/

বি.দ্ৰ.: যি সকল ছাত্ৰ ছাত্ৰী এ আগতে মহাবিদ্যালয় ৰ লিংক ৰ যোগেদি অনলাইন আবেদন কৰিছিল , তেওঁ লোকে আকৌ এই লিংকত গৈ আবেদন কৰিব লাগিব।

ধন্যবাদ
দীপজ্যোতি সুবেদী
উপ - সভাপতি
ছাত্ৰ একতা সভা, জে ডি এছ জি মহাবিদ্যালয় ।

AHSEC Online Admission Portal

Address

Bokakhat
785612

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 3pm
Wednesday 3am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 3pm

Telephone

+919854516702

Alerts

Be the first to know and let us send you an email when JDSG College Students' Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to JDSG College Students' Union:

Shortcuts

Share