Rajgarh M.E. School, Kuruabahi

Rajgarh M.E. School, Kuruabahi Rajgarh ME School, a co-educational govt affiliated school is located at Kuruabahi Tiniali of Golaghat, Assam.

It strives for the upliftment of the students who belong to the tea garden areas.

সৰু সৰু সুখবোৰ...❤️
01/12/2025

সৰু সৰু সুখবোৰ...❤️

আজি অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত বুনিয়াদী সাংখ্যিকতাত ৰাজগড় মধ্য ইংৰাজী ব...
29/11/2025

আজি অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত বুনিয়াদী সাংখ্যিকতাত ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ে দ্বিতীয় স্থান লাভ কৰে।
প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰা বিদ্যালয়ৰ দুয়োজন শিক্ষক মেদিনী মোহন শইকীয়া আৰু মীনাক্ষী দাসলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
এই সফলতা আমাৰ বিদ্যালয়ৰ—আমাৰ পৰিয়ালৰ।

আজি শিক্ষক দিৱসৰ কিছু দৃশ্য...দিনাংকঃ ০৫-০৯-২০২৫স্থানঃ ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়।
05/09/2025

আজি শিক্ষক দিৱসৰ কিছু দৃশ্য...
দিনাংকঃ ০৫-০৯-২০২৫
স্থানঃ ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়।

ৰঙালীক আদৰণি...❤️আজি ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ত। দিনাংকঃ ১২-০৪-২০২৫
12/04/2025

ৰঙালীক আদৰণি...❤️
আজি ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ত।
দিনাংকঃ ১২-০৪-২০২৫

 িদ্যাৰম্ভ২০২৫-২৬ চনৰ শিক্ষাবৰ্ষৰ প্ৰথমটো দিন আজি ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ত এনেকৈয়ে আৰম্ভ হ'ল...দিনাংকঃ ০১-০৪-২০২৫
01/04/2025

িদ্যাৰম্ভ
২০২৫-২৬ চনৰ শিক্ষাবৰ্ষৰ প্ৰথমটো দিন আজি ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ত এনেকৈয়ে আৰম্ভ হ'ল...
দিনাংকঃ ০১-০৪-২০২৫

২০২৪-২৫ বৰ্ষৰ গুণোৎসৱত প্ৰথমবাৰৰ বাবে ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ে A+ গ্ৰেড লাভ কৰিলে। বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী, অভিভা...
28/03/2025

২০২৪-২৫ বৰ্ষৰ গুণোৎসৱত প্ৰথমবাৰৰ বাবে ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ে A+ গ্ৰেড লাভ কৰিলে। বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষাগুৰুলৈ আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন!! 🙏

আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা বিজ্ঞানৰ আলোচনা চক্ৰ তথা বিজ্ঞানৰ বিভিন্ন স...
28/02/2025

আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা বিজ্ঞানৰ আলোচনা চক্ৰ তথা বিজ্ঞানৰ বিভিন্ন সামগ্ৰী আৰু ক্ৰিয়া-কলাপ প্ৰদৰ্শনৰ কেইটামান দৃশ্য...

আজি অনুষ্ঠিত হোৱা 'ক' শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথম পৰ্যায়ৰ শৈক্ষিক মেলাৰ কেইটামান দৃশ্য....স্থানঃ ৰাজগড় মধ্য ইংৰাজী বিদ...
17/02/2025

আজি অনুষ্ঠিত হোৱা 'ক' শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথম পৰ্যায়ৰ শৈক্ষিক মেলাৰ কেইটামান দৃশ্য....
স্থানঃ ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়।
দিনাংকঃ ১৭-০২-২০২৫

আজি হৈ যোৱা ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ৰ গুনোৎসৱৰ কেইটিমান দৃশ্য...দিনাংকঃ ২২/০১/২০২৫
22/01/2025

আজি হৈ যোৱা ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ৰ গুনোৎসৱৰ কেইটিমান দৃশ্য...
দিনাংকঃ ২২/০১/২০২৫

বন্ধু বিদ্যালয়ৰ সৈতে কৰা এক অনুষ্ঠানৰ কিছু মুহুৰ্ত...গাড়োপাৰা নেপালীখুঁ‌টি প্ৰাথমিক বিদ্যালয় আৰু ৰাজগড় মধ্য ইংৰাজী বিদ্য...
05/12/2024

বন্ধু বিদ্যালয়ৰ সৈতে কৰা এক অনুষ্ঠানৰ কিছু মুহুৰ্ত...
গাড়োপাৰা নেপালীখুঁ‌টি প্ৰাথমিক বিদ্যালয় আৰু ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়।

শিক্ষক দিৱস উদযাপনৰ কেইটিমান দৃশ্য...ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়, কুৰুৱাবাহী।
05/09/2024

শিক্ষক দিৱস উদযাপনৰ কেইটিমান দৃশ্য...
ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়, কুৰুৱাবাহী।

ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ত যোগ দিৱসৰ লগত সংগতি ৰাখি নুমলীগড় বিবেকানন্দ কেন্দ্ৰৰ অধীনত সপ্তাহযোৰা যোগ প্ৰশিক্ষণৰ কাৰ্যসূ...
21/06/2024

ৰাজগড় মধ্য ইংৰাজী বিদ্যালয়ত যোগ দিৱসৰ লগত সংগতি ৰাখি নুমলীগড় বিবেকানন্দ কেন্দ্ৰৰ অধীনত সপ্তাহযোৰা যোগ প্ৰশিক্ষণৰ কাৰ্যসূচী তথা আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ কেইটিমান দৃশ্য।

Address

Bokakhat
785615

Website

Alerts

Be the first to know and let us send you an email when Rajgarh M.E. School, Kuruabahi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category