CNB Senior Secondary School

CNB Senior Secondary School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from CNB Senior Secondary School, School, Bokakhat Ward No. 2, Bokakhat.

22/05/2023
22/05/2023
নির্মীয়মাণ অৱস্থাত আমাৰ বিদ্যালয়ৰ নতুন গৃহ৷
04/05/2023

নির্মীয়মাণ অৱস্থাত আমাৰ বিদ্যালয়ৰ নতুন গৃহ৷

চন্দ্ৰনাথ বেজবৰুৱা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত কলা শাখাপ্ৰ-পত্ৰ দি থকা হৈছে৷সদাশয় অভিভাৱক তথা ৰাইজ,চন্দ্ৰনাথ বেজবৰুৱা চিনিয়...
03/05/2023

চন্দ্ৰনাথ বেজবৰুৱা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত কলা শাখা
প্ৰ-পত্ৰ দি থকা হৈছে৷

সদাশয় অভিভাৱক তথা ৰাইজ,
চন্দ্ৰনাথ বেজবৰুৱা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলক বোকাখাতৰ শৈক্ষিক জগতত নতুনকৈ চিনাকি কৰাই দিয়াৰ নিশ্চয় প্ৰয়োজন নাই৷ ইতিমধ্যে্ শিক্ষানুষ্ঠানখনৰ বিজ্ঞান শাখাই গৌৰৱোজ্বল ২৭ টাকৈ বছৰ অতিক্ৰম কৰিছে৷ এই শিক্ষানুষ্ঠানত অধ্যয়ন কৰি যোৱা বহু ছাত্ৰ-ছাত্ৰীয়েই বর্তমান চিকিৎসা বিজ্ঞান, কাৰিকৰী বিদ্যা, শিক্ষা, গৱেষণা তথা প্ৰযুক্তি বিদ্যাকে ধৰি বিভিন্ন ক্ষেত্ৰত গৌৰৱেৰে কার্য সম্পাদন কৰি সমাজৰ বাবে সেৱা আগবঢ়াই আছে৷

চলিত বর্ষৰ পৰা শি‍ক্ষানুষ্ঠানখনত উচ্চতৰ মাধ্যমিক বি‍জ্ঞান শাখাৰ লগতে‍ কলা শাখাও আৰম্ভ কৰিবলৈ লোৱা হৈছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীর্ণ কলা শাখাত অধ্যয়ন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান কৰাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত মানৰ শিক্ষাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ য়ে অসমৰ শিক্ষাজগতলৈ কঢ়িয়াই অনা সম্ভাৱনাক পূর্ণতা দিয়াৰ বাবে প্ৰয়োজনীয় অধ্যয়ন আৰু অন্যান্য সুবিধাৰ বাবে আমি দায়বদ্ধ৷

ইতিমধ্য‍ে, উচ্চতৰ মাধ্যমিক কলা শাখা আৰু বিজ্ঞান শাখাৰ প্ৰ-পত্ৰসমূহ দি থকা হৈছে৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰী তথা সদাশয় অভিভাৱকসকলে কার্যালয়ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব৷

যোগাযোগ নম্বৰঃ
ড০ তুলসী বৰা - 6002888787
মানসজ্য‍োতি‍ গগৈ - 9365546314
মৌচুম গগৈ - 9678147109
গৌতম মজুমদাৰ - 7099601470
ফাল্গুণ চেত‍িয়া - 9101587560

Class IX New Admission 2023
16/03/2023

Class IX New Admission 2023

Address

Bokakhat Ward No. 2
Bokakhat
785612

Website

Alerts

Be the first to know and let us send you an email when CNB Senior Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to CNB Senior Secondary School:

Shortcuts

Share

Category