Disoi Valley CSI Mission School,Bonkuwal

Disoi Valley CSI Mission School,Bonkuwal vill: Bonkuwal,Bortika, Uttar Mohura GP

08/05/2026

Morning Practice

21/04/2026

আজি পুনৰ স্কুলৰ কাম আৰম্ভ কৰি আছো ।
কোনোবাই সহায় সহযোগ কৰিবৰ বিচাৰিলে যোগাযোগ কৰিব।
Atul Bora অতুল বৰা
Mac Admin Shaan Do Nyi Panggíng Jit Kumar Bori New Jitu Bori

15/04/2026

ৰাইজৰ সহযোগত কাম আৰম্ভ কৰা হৈছে।

08/04/2026

Loading কৰা হৈছে।

08/04/2026

Disoi Valley CSI Mission School ৰ মেৰামতি কাৰণে ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছিলো। আমাৰ প্রতি যি কেইগৰাকী মানৱদৰদী ব্যক্তিয়ে সহায় সহযোগ কৰিলে তেওঁলোকলৈ আমাৰ অশেষ ধন্যবাদ জনাইছোঁ। কিন্তু দুখৰ বিষয় উন্নয়নৰ গান গাই থকা Atul Bora অতুল বৰা মহোদয়ক বহুবাৰ কাকুতি মিনতি কৰা পিছতো একো সহানুভূতি নিদিলে। গতিকে ৰাইজ সচেতন হৈ ভোট প্ৰদান কৰক।

Address

Bonkuwal
Bokakhat
785619

Website

Alerts

Be the first to know and let us send you an email when Disoi Valley CSI Mission School,Bonkuwal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category