Gohaingaon LP School গোঁহাইগাওঁ প্ৰা: বিদ্যালয়

  • Home
  • India
  • Bokakhat
  • Gohaingaon LP School গোঁহাইগাওঁ প্ৰা: বিদ্যালয়

Gohaingaon LP School গোঁহাইগাওঁ প্ৰা: বিদ্যালয় গুণগত প্ৰাথমিক শিক্ষাৰ আদৰ্শ বিদ্যালয়।

বিদ্যালয়লৈ পাৰস্পৰিক বদলিকৰণৰ জড়িয়তে অহা নতুন বাইদেউক আদৰণী।
01/08/2024

বিদ্যালয়লৈ পাৰস্পৰিক বদলিকৰণৰ জড়িয়তে অহা নতুন বাইদেউক আদৰণী।

আজি ইং ২৮ জুন তাৰিখে এই মাহৰ অভিভাৱক সভাখন একঘন্টাৰ স্বচ্ছতাৰ কাৰ্যসূচীৰে আৰম্ভ হয়। বিদ্যালয়ৰ চৌপাশৰ জংঘল কাটি সকলো অভিভ...
28/06/2024

আজি ইং ২৮ জুন তাৰিখে এই মাহৰ অভিভাৱক সভাখন একঘন্টাৰ স্বচ্ছতাৰ কাৰ্যসূচীৰে আৰম্ভ হয়। বিদ্যালয়ৰ চৌপাশৰ জংঘল কাটি সকলো অভিভাৱক-অভিভাৱিকাই চাফা কৰে। ইয়াৰ পিছতে সভা আৰম্ভ হয়। সভাত হৈ যোৱা মূল্যায়নৰ বহীসমূহ অভিভাৱকক চাবলৈ দিয়া হয়। বিদ্যাঞ্জলি,সম্প্ৰীতি ভোজন,গৰম বন্ধ আদি বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা হয়। জয়তু গোহাঁই গাওঁ প্ৰাথমিক বিদ্যালয় ।

গৰমৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক জোতা-মোজা খুলি থ'বলৈ দিয়া হৈছে। তাৰ বাবেই প্ৰয়োজন হোৱা জোতা ষ্টেণ্ড এডাল বনাই দিয়া হ'ল। ছাত্ৰ...
25/06/2024

গৰমৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক জোতা-মোজা খুলি থ'বলৈ দিয়া হৈছে। তাৰ বাবেই প্ৰয়োজন হোৱা জোতা ষ্টেণ্ড এডাল বনাই দিয়া হ'ল। ছাত্ৰ-ছাত্ৰীসকলে বাহিৰলৈ যাবৰ বাবে প্ৰয়োজন হোৱা হাৱাই চেন্দেল কেইযোৰমানো আনি দিয়া হ'ল।

 #আন্তৰ্জাতিক_যোগ_দিৱস_উদযাপন ুন_২০২৪
21/06/2024

#আন্তৰ্জাতিক_যোগ_দিৱস_উদযাপন
ুন_২০২৪

ৰাভা দিৱস উদযাপন ২০২৪
20/06/2024

ৰাভা দিৱস উদযাপন ২০২৪

বিশ্ব পৰিৱেশ দিৱসত আজি বোকাখাত কৃষ্ণা হুণ্ডাই কৰ্মকৰ্তা ও বিষয়াসকলে বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুস্থিত ...
05/06/2024

বিশ্ব পৰিৱেশ দিৱসত আজি বোকাখাত কৃষ্ণা হুণ্ডাই কৰ্মকৰ্তা ও বিষয়াসকলে বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুস্থিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম তিনিটা স্থান প্ৰাপ্তসকলক পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰে।তেখেতসকলে লগতে সকলো ছাত্ৰ-ছাত্ৰীকে কাঠপেঞ্চিল আৰু চকলেট প্ৰদান কৰে। কৃষ্ণা হুণ্ডাইলৈ বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছো।

 #বিশ্ব_পৰিৱেশ_দিৱস #গ্ৰীষ্মকালীন_শিবিৰৰ_আয়োজন ্লাব_ফৰ_মিছন_লাইফ #৫জুন_২০২৪
05/06/2024

#বিশ্ব_পৰিৱেশ_দিৱস
#গ্ৰীষ্মকালীন_শিবিৰৰ_আয়োজন
্লাব_ফৰ_মিছন_লাইফ
#৫জুন_২০২৪

12/05/2024

শনিবৰীয়া চ'ৰাৰ অভ্যাস

11/05/2024

#কাৰ্বি_গীত_প্ৰাতঃসভা

03/05/2024

ক শ্ৰেণীৰ লগত শিক্ষণ-শিকন সজুলিৰে ধেমালি প্ৰধান শিক্ষকৰ...

 #বিহু_আদৰণিগোহাঁই গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ।
12/04/2024

#বিহু_আদৰণি
গোহাঁই গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ।

Wearing the New T-shirt
04/04/2024

Wearing the New T-shirt

Address

AH1
Bokakhat

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12:30pm

Website

Alerts

Be the first to know and let us send you an email when Gohaingaon LP School গোঁহাইগাওঁ প্ৰা: বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category