Bokakhat HS School

Bokakhat HS School Bokakhat HS School

Celebrating a grand moment!! বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক শ্ৰীমান বিভূতি চৰণ বৰুৱাই অসম লোক সেৱা আয়...
13/01/2026

Celebrating a grand moment!!
বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক শ্ৰীমান বিভূতি চৰণ বৰুৱাই অসম লোক সেৱা আয়োগে অনুষ্ঠিত কৰা 'অসম শিক্ষা সেৱা' পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি আমাৰ বিদ্যালয়ৰ লগতে বোকাখাত বাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
জয়তু বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়।

Sports week Inauguration Day
29/12/2025

Sports week
Inauguration Day

22/12/2025

Bamboo flute played by our student Dipankar Tamuly of class 6

আজি বিদ্যালয়ত ৰিটেইল ট্ৰেড বিষয়ৰ ছাত্ৰ-ছাত্ৰী সকলে খুউব সুন্দৰকৈ এখন বজাৰ দিয়ে । বজাৰখনৰ কিছু দৃশ্য কেমেৰাত ধৰি ৰখা হ...
25/10/2025

আজি বিদ্যালয়ত ৰিটেইল ট্ৰেড বিষয়ৰ ছাত্ৰ-ছাত্ৰী সকলে খুউব সুন্দৰকৈ এখন বজাৰ দিয়ে । বজাৰখনৰ কিছু দৃশ্য কেমেৰাত ধৰি ৰখা হ'ল

11/09/2025

সুধাকণ্ঠ ড' ভূপেন হাজৰিকাদেৱৰ জন্মদিৱসৰ দিনা গোলাঘাট জিলা ভিত্তিত অনুষ্ঠিত হোৱা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী চন্দ্ৰিকা কটকীয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ

05/09/2025
05/09/2025

আজি শিক্ষক দিৱসৰ শুভ ক্ষণত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ সুন্দৰ নৃত্য প্ৰদৰ্শন

27/08/2025

আমাৰ বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই সুৰ- সমলয়ৰ দলটি গোলাঘাটত জিলা পৰ্য্যায়ত( ১০৬ টা দলৰ ভিতৰত ৬ টা দলৰ নিৰ্বাচন কৰিছে) নিৰ্বাচিত হৈ বৰ্তমান গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে। গতিকে এইয়া আমাৰ বিদ্যালয়ৰ বাবে অতি ভাল খবৰ। তেওঁলোকে ঘৰুৱা ভাবে বাদ্য যন্ত্ৰৰ শিক্ষা লোৱা নাই। নিজে নিজেই আনৰ পৰা আৰু মোবাইলত চাই চাই শিকিছে আৰু লগতে বিদ্যালয়ৰ কেইজনমান শিক্ষকে গাইড কৰিছে । ছাত্ৰ কেইজন আগবাঢ়ি যাবলৈ সকলোৱে আশীৰ্বাদ কৰে যেন।

15/08/2025

বোকাখাতৰ সাধাৰণ খেলপথাৰত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ সাংস্কৃতিক দলটি

Address

Udaynagar
Bokakhat

Telephone

+919435797847

Website

Alerts

Be the first to know and let us send you an email when Bokakhat HS School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category