Biswanath Abhyasan Vidyapeeth বিশ্বনাথ অভ্যসন বিদ্যাপীঠ

Biswanath Abhyasan Vidyapeeth বিশ্বনাথ অভ্যসন বিদ্যাপীঠ স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল ?

আজি ইংৰাজী ১৯/৫/২০২৬ তাৰিখে বিশ্বনাথ বিধান সভাৰ নৱ নিৰ্বাচিত বিধায়ক মাননীয় শ্ৰীযুত পল্লৱ লোচন দাস ডাঙৰীয়াই আমাৰ বিদ্যা...
19/05/2026

আজি ইংৰাজী ১৯/৫/২০২৬ তাৰিখে বিশ্বনাথ বিধান সভাৰ নৱ নিৰ্বাচিত বিধায়ক মাননীয় শ্ৰীযুত পল্লৱ লোচন দাস ডাঙৰীয়াই আমাৰ বিদ্যালয়ত পদাৰ্পণ কৰি বিদ্যালয়লৈ শুভেচ্ছা মূলক বাৰ্তা প্ৰদান কৰে।বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতাৰে সৈতে তেখেতৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে উজ্জ্বল ৰাজনৈতিক জীৱন কামনা কৰা হয়।

বিশ্বনাথ অভ্যসন বিদ্যাপীঠৰ ছাত্ৰীকুঁৱলী বড়ো---- # নবোদয় বাছনি পৰীক্ষাত অসমৰ ভিতৰত  পঞ্চম  স্থান আৰু বিশ্বনাথ জিলাৰ ভিত...
14/05/2026

বিশ্বনাথ অভ্যসন বিদ্যাপীঠৰ ছাত্ৰী
কুঁৱলী বড়ো----
# নবোদয় বাছনি পৰীক্ষাত অসমৰ ভিতৰত পঞ্চম স্থান আৰু বিশ্বনাথ জিলাৰ ভিতৰত প্ৰথম স্থান।
# অসম জাতীয় বিদ্যালয়ৰ বৃত্তি লাভ।
# NETA ই অনুষ্ঠিত কৰা বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত দ্বাদশ স্থান।
ছাত্ৰী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

দৰ্শী প্ৰিয়ম শইকীয়া।
# NETA ই অনুষ্ঠিত কৰা বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্দশ স্থান।দৰ্শীৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

29/04/2026
14/03/2026

পদ খালী
বিশ্বনাথ অভ্যসন বিদ্যাপীঠত সমাজ তত্ব বিষয়ৰ শিক্ষকৰ এটি পদ খালী হৈছে। প্ৰাৰ্থী স্নাতকোত্তৰ হোৱাৰ লগতে বি এড ডিগ্ৰী থাকিলে অগ্ৰাধিকাৰ দিয়া হ'ব।
শিক্ষক বাছনিৰ ক্ষেত্ৰত সমিতিৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হ'ব।
প্ৰ-পত্ৰ জমা দিয়াৰ শেষ তাৰিখ অহা 20/3/2026
সাক্ষাৎকাৰৰ তাৰিখ ফোন যোগে জনোৱা হ'ব।
সভাপতি/সম্পাদক
বিশ্বনাথ অভ্যসন বিদ্যাপীঠ ।
14/3/2026

Address

Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when Biswanath Abhyasan Vidyapeeth বিশ্বনাথ অভ্যসন বিদ্যাপীঠ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category