17/09/2025
'শব্দম’ৰ সৌজন্যত অনুষ্ঠিত হৈ যোৱা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ গীতৰ অনলাইন প্ৰতিযোগিতাত এগৰাকী বিচাৰকৰূপে গুৰু দায়িত্ব পালন কৰা বিশিষ্ট সংগীতশিল্পী শ্ৰদ্ধাৰ নিত্যানন্দ ডেকাদেৱলৈ ‘শব্দম’ৰ তৰফৰপৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷ আপোনাৰ বহুমূলীয়া সময়ৰ বিনিময়ত আমালৈ জনোৱা অকুণ্ঠ সঁহাৰিত আমি কৃতজ্ঞ হৈ ৰ’লোঁ ৷
মাননীয় বিচাৰকৰ দৃষ্টিৰে অংশগ্ৰহণকাৰী সকললৈ দিয়া তেখেতৰ যোগাত্মক বাৰ্তাই নিশ্চয় সকলোকে উপকৃত কৰিব ৷