15/08/2025
স্বাধীনতা দিৱস-২০২৫ বিশেষ।
সমজিলা আয়ুক্ত,নদুৱাৰ বিশ্বনাথৰ তৰফৰ পৰা আয়োজন কৰা কুচ কাৱাজত প্ৰথম স্থান লাভ কৰি বঁটা গ্ৰহন কৰা মুহুৰ্ত্তত বিদ্যালয়ৰ কেডেট সকল।
নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে এই বঁটা প্ৰদান কৰে।