Chariali Girl's HS School

Chariali Girl's HS School This group will serve as a common platform for all the members(students, ex-students, employees, ex- ) of Chariali Girls' Higher Secondary School (CGHSS).

আজি বিদ্যালয়ত সম্প্ৰীতি ভোজন আয়োজন কৰা হয়।
06/01/2025

আজি বিদ্যালয়ত সম্প্ৰীতি ভোজন আয়োজন কৰা হয়।

বাৰ্ষিক বঁটা বিতৰণী সভা ২০২৪-২৫ বৰ্ষ।
04/01/2025

বাৰ্ষিক বঁটা বিতৰণী সভা ২০২৪-২৫ বৰ্ষ।

আজি-কালি তেনেকৈ ইউটিঊব খুলি চোৱাই নহয়। ২০ জুনতে এইখন পালো। আজি চকুত পৰাত ৰাইজৰ লগত স্বেয়াৰ কৰিলোঁ। অৰ্থাৎ নিজৰ ঢোলট বজাল...
20/07/2024

আজি-কালি তেনেকৈ ইউটিঊব খুলি চোৱাই নহয়। ২০ জুনতে এইখন পালো। আজি চকুত পৰাত ৰাইজৰ লগত স্বেয়াৰ কৰিলোঁ। অৰ্থাৎ নিজৰ ঢোলট বজালো অ...। 😀😀😀

অৱসৰ লোৱাৰ আগতে এনে সময়ত নিৰ্বাচনী কামত জড়িত হৈছিলো..... ।২০১৫ চনৰ ভিডিঅ এটা আগ বঢ়ালো।
07/04/2024

অৱসৰ লোৱাৰ আগতে এনে সময়ত নিৰ্বাচনী কামত জড়িত হৈছিলো..... ।২০১৫ চনৰ ভিডিঅ এটা আগ বঢ়ালো।

Simple magic use to motivate voters.-~-~~-~~~-~~-~-Please watch: "দয়া কৰ..দয়া কৰ..." https://www.youtube.com/watch?v=Ab0UPRoIEMs-~-~~-~~~-~~-~-

In the beginning of this year, The Principal of Chariali Girls' HSS, Mr. Motiur Rohman has gifted a speaker cm mic syst...
01/01/2024

In the beginning of this year, The Principal of Chariali Girls' HSS, Mr. Motiur Rohman has gifted a speaker cm mic system for the institution. We Chariali Girls' HSS family thanks him for his wonderful gift for us. It will help in various occasions of the institution.
We thank Mr. Motiur Rohman sir and his family and wishing them too a very Happy New Year

শিক্ষক দিৱস ২০২৩
05/09/2023

শিক্ষক দিৱস ২০২৩

YMG-20ON CLIMATE CHANGE AND DISASTER RISK REDUCTIONAt CGHSS
02/09/2023

YMG-20
ON CLIMATE CHANGE AND DISASTER RISK REDUCTION
At CGHSS

D grade School Rocks ✌️Big congratulations   . It is clear from this that we can get A  Plus if we wish.  Some people cr...
20/06/2023

D grade School Rocks ✌️Big congratulations . It is clear from this that we can get A Plus if we wish. Some people critisise it because they have to criticize but we don't mind, we learn, we will and move forward.

আজি বিদ্যালয়ত বিশ্বনাথ জ্ঞানভাৰতী বিদ্যালয়ৰ লগত যুটীয়াভাৱে (Twinning ) শিশুদিৱস উদ্‌যাপন কৰা হয় ৷ দুয়োখন বিদ্যালয়ৰ ছাত্ৰ...
14/11/2022

আজি বিদ্যালয়ত বিশ্বনাথ জ্ঞানভাৰতী বিদ্যালয়ৰ লগত যুটীয়াভাৱে (Twinning ) শিশুদিৱস উদ্‌যাপন কৰা হয় ৷ দুয়োখন বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে চিত্ৰাংকন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে আৰু নৃত্য গীত আৰু বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি আজিৰ শিশু দিৱসটোক এক নতুন মাত্ৰা প্ৰদান কৰে ৷

আজি ১৩/০৮/২০২২তাৰিখে অসম চৰকাৰৰ বিদ্যাঞ্জলী আচঁনিৰ প্ৰতি সঁহাৰি জনাই চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক - শ...
13/09/2022

আজি ১৩/০৮/২০২২তাৰিখে অসম চৰকাৰৰ বিদ্যাঞ্জলী আচঁনিৰ প্ৰতি সঁহাৰি জনাই চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী সকলে বিদ্যালয়লৈ ফেন দান কৰে ৷ বিদ্যালয়ৰ অধ্যক্ষ মতিউৰ ৰহমানে এখন চিলিং ফেন প্ৰদান কৰে ৷ চিলিং ফেন দান দিয়া আন শিক্ষয়িত্ৰী সকল হ’ল জুৰি দাস, ৰূপালী শইকীয়া আৰু অনুপমা আগৰৱালা৷ আনহাতে মৰমী বৰঠাকুৰ,সবিতা ৰাণী দেৱী আৰু বন্দনা ৰবিদাসে এখন ষ্টেণ্ড ফেন অধ্যক্ষৰ হাতত প্ৰদান কৰে ৷

Address

Bamgoan
Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when Chariali Girl's HS School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Chariali Girl's HS School:

Shortcuts

Share

Category