14/10/2025
আলহামদুল্লিলাহ।
যোৱা ইংৰাজী ১৩/১০/২০২৫ তাৰিখ সোমবাৰে কটৰ আটি চেন্টাৰ জামে মছজিদ প্ৰাঙ্গণত দক্ষিণ চতিয়া আঞ্চলিক জমিয়তৰ সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সাধাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথ জিলা জমিয়তৰ সন্মানীয় সভাপতি তথা আলহাজ হজৰত মৌলানা নুৰুল আমিন ক্বাছিমী ছাহাব,লগতে উপস্হিত থাকে হোকাজান ও চতিয়া আঞ্চলিক জমিয়তৰ সভাপতি ও সম্পাদক ছাহাবৰ লগতে সন্মানীয় ব্যাক্তি সকল উপস্হিত থাকে। বিভিন্ন গাওঁৰ ৰাইজ ও ইমাম ছাহাবৰ লগতে সকলো শ্ৰেণীৰ মানুহ উপস্হিত থাকে।
উক্ত সাধাৰণ সভাত পূৰণা সমিতি ভংগ ও নুতন সমিতি গঠন।
=>নৱ নিৰ্বাচিত নদুৱাৰ দক্ষিণ চতিয়া আঞ্চলিক জমিয়তৰ সভাপতি হিচাপে মুফতি ৰবিউল হাচানক প্ৰস্তাৱ ও সমৰ্থন জনাই উপস্হিত সকলো ৰাইজৰ সন্মতি ক্ৰমে ।
=> উপ সভাপতি মৌলানা দিলোৱাৰ হুছেইন,ছাহাব
=>মাষ্টাৰ মুকছেদ আলি ছাহাব (প্ৰাক্তন শিক্ষক কৰৈয়নী আহমদীয়া ইছলামীয়া মাদ্ৰাছা।
=>মৌলানা আনোৱাৰ ইছলাম ছাহাব,
=>মৌলানা ইছলাম উদ্দিন ছাহাব ।
নদুৱাৰ দক্ষিণ চতিয়া আঞ্চলিক জমিয়তৰ উপ-সভাপতি।
=> নৱ নিৰ্বাচিত নদুৱাৰ দক্ষিণ চতিয়া আঞ্চলিক জমিয়তৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়=>মৌলানা আব্দুল হক ছাহাব নায়িবে মহতামিম কটৰ আটি বানাত মাদ্ৰাছা। সকলো ৰাইজৰ সন্মতি ক্ৰমে, প্ৰস্তাৱ ও সমৰ্থন হিচাপে তেখেতক নিৰ্বাচিত কৰে।
=> প্ৰচাৰ সম্পাদক , প্ৰস্তাৱ ও সমৰ্থন হিচাপে সকলো ৰাইজৰ সন্মতি ক্ৰমে নৱ নিৰ্বাচিত প্ৰচাৰ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়।
মৌলানা আনোৱাৰ হুছেইন চাহাব ইমাম ছাৰ্কি আটি জামে মছজিদ।
আলহামদুল্লিলাহ সকলো ৰাইজ লৈ বহুত বহুত ধন্যবাদ জনাইছোঁ, কটৰ আটি সমাজ তথা যুৱক বন্ধু সকলে অতিথি সকলক যথেষ্ঠ মৰম ও মেহমান দ্বাৰি কৰাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ।
আল্লাহ কবুল কৰক আমিন।
যোৱা কালি হৈ যোৱা সাধাৰণ সভাৰ কিছু আলোক চিত্ৰ।
নদুৱাৰ দক্ষিণ চতিয়া আঞ্চলিক জমিয়তৰ
পূৰ্ণাংগ সমিতিৰ তালিকা প্ৰস্তুত কৰা হৈছে,
ৰাজহুৱা সভা পাতি উক্ত সভাত শুনাই দিয়া হ'ব ইনশ্বাআল্লাহ।