No2 Adabheti L.P school ২নং আদাভেটি প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Biswanath Chariali
  • No2 Adabheti L.P school ২নং আদাভেটি প্ৰাথমিক বিদ্যালয়

No2 Adabheti L.P school ২নং আদাভেটি প্ৰাথমিক বিদ্যালয় No2 Adabhati l.p school. Block Naduar. district Biswanath

শিক্ষামূলক ভ্ৰমণে আমাক  ঠাই এখনৰ সৈতে পৰিচয় কৰোৱাৰ উপৰিও প্ৰত্যক্ষভাৱে বস্তুৰ জ্ঞান বা অভিজ্ঞতা প্ৰদান কৰে। আজি আমাৰ বি...
03/12/2023

শিক্ষামূলক ভ্ৰমণে আমাক ঠাই এখনৰ সৈতে পৰিচয় কৰোৱাৰ উপৰিও প্ৰত্যক্ষভাৱে বস্তুৰ জ্ঞান বা অভিজ্ঞতা প্ৰদান কৰে। আজি আমাৰ বিদ্যালয়ৰ পৰা ন মৰালৈ সুকলমে সম্পন্ন কৰা শিক্ষামূলক ভ্ৰমণৰ কিছু স্থিৰচিত্ৰ ফেচবুক পেইজটোত সাচিঁ থোৱা হল.......

স্বাধীনতা দিৱস পালনৰ কিছু দৃশ্যাংশ
15/08/2023

স্বাধীনতা দিৱস পালনৰ কিছু দৃশ্যাংশ

'বিষ্ণু ৰাভা দিৱস' উদযাপনৰ কিছু আলোকচিত্ৰ
23/06/2023

'বিষ্ণু ৰাভা দিৱস' উদযাপনৰ কিছু আলোকচিত্ৰ

বিদ্যায়তনিক শিক্ষাৰ লগে লগে ক্ষেত্ৰভিত্তিক অধ্যয়ন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে   অতিকৈ প্ৰয়োজনীয়। সেয়ে আজি আমাৰ বিদ্যালয়ৰ ...
28/01/2023

বিদ্যায়তনিক শিক্ষাৰ লগে লগে ক্ষেত্ৰভিত্তিক অধ্যয়ন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতিকৈ প্ৰয়োজনীয়। সেয়ে আজি আমাৰ বিদ্যালয়ৰ পৰা #চিজুচাহ লৈ শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা হৈছিল। তাৰে কিছু আলোকচিত্ৰ ফেচবুক পেইজটোত সাচিঁ থোৱা হল........

গণৰাজ্য দিৱস পালনৰ কিছু শুভ মুহূৰ্ত......
26/01/2023

গণৰাজ্য দিৱস পালনৰ কিছু শুভ মুহূৰ্ত......

লাচিত দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত অনুষ্ঠিত বিভিন্ন কাৰ্যসূচী আৰু বঁটা বিতৰণী অনুষ্ঠানৰ কিছু আলোকচিত্ৰ-
24/11/2022

লাচিত দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত অনুষ্ঠিত বিভিন্ন কাৰ্যসূচী আৰু বঁটা বিতৰণী অনুষ্ঠানৰ কিছু আলোকচিত্ৰ-

আজি শিশু দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ কিছু দৃশ্যাংশ.....
14/11/2022

আজি শিশু দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ কিছু দৃশ্যাংশ.....

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ আজি এখন সাধাৰন সভা অনুষ্ঠিত কৰা হয় । সভাৰ শেষত ৰাইজে বিদ্যালয়ৰ গছপুলি সমূহ সুৰক্ষিত কৰিবৰ বাবে...
01/10/2022

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ আজি এখন সাধাৰন সভা অনুষ্ঠিত কৰা হয় । সভাৰ শেষত ৰাইজে বিদ্যালয়ৰ গছপুলি সমূহ সুৰক্ষিত কৰিবৰ বাবে শ্ৰমদানেৰে বাহৰ বেৰা প্ৰস্তুত কৰে। সমূহ ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।

ছাত্ৰ-ছাত্ৰীসকলৰ আমাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমে আমাক দুগুণ উৎসাহ দিয়ে শিক্ষকতাৰ দৰে মহান বৃত্তিটোৰ মান ৰাখিবলৈ..... 's...
05/09/2022

ছাত্ৰ-ছাত্ৰীসকলৰ আমাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমে আমাক দুগুণ উৎসাহ দিয়ে শিক্ষকতাৰ দৰে মহান বৃত্তিটোৰ মান ৰাখিবলৈ.....
's Day 2022

স্বাধীনতা ৰ অমৃত মহোৎসৱৰ আজি এই পবিত্র আৰু গৌৰৱ পূর্ণ মূহূর্তত এটাই কামনা দেশবাসীৰ মনত যাতে দেশ ভক্তিৰ ভাব জাগ্রত হয়। 🇮...
15/08/2022

স্বাধীনতা ৰ অমৃত মহোৎসৱৰ আজি এই পবিত্র আৰু গৌৰৱ পূর্ণ মূহূর্তত এটাই কামনা দেশবাসীৰ মনত যাতে দেশ ভক্তিৰ ভাব জাগ্রত হয়। 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 ।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাঙ্কণ প্ৰতিযোগিতা।
13/08/2022

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাঙ্কণ প্ৰতিযোগিতা।

আমাৰ বিদ্যালয়ত ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আয়োজিত বিভিন্ন কাৰ্য্যসূচীৰ এটা অংশ হিচাপে "প্ৰভাত ফেৰী" অনুষ্ঠানৰ কিছু দৃ...
13/08/2022

আমাৰ বিদ্যালয়ত ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আয়োজিত বিভিন্ন কাৰ্য্যসূচীৰ এটা অংশ হিচাপে "প্ৰভাত ফেৰী" অনুষ্ঠানৰ কিছু দৃশ্যাংশ....
🇮🇳🇮🇳
#স্বাধীনতাৰ অমৃত মহোৎসৱ
12-08-2022

Address

Biswanath Chariali

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 2pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 12:45pm

Website

Alerts

Be the first to know and let us send you an email when No2 Adabheti L.P school ২নং আদাভেটি প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category