Bimala Adarsha LP/ME School

Bimala Adarsha LP/ME School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bimala Adarsha LP/ME School, School, Nasbar Botiamari Road, Biswanath Chariali.

27/04/2024
2011 চনত সহ শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰি মাজুলী গড়মূৰ নিবাসী ঊষা শইকীয়াই শিক্ষকতাৰ পাতনি মেলি আজি 03/08/2023 ত...
03/08/2023

2011 চনত সহ শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰি মাজুলী গড়মূৰ নিবাসী ঊষা শইকীয়াই শিক্ষকতাৰ পাতনি মেলি আজি 03/08/2023 তাৰিখে নিজ গৃহ জিলা মাজুলীলৈ বদলি হৈ যোৱা প্ৰাক মূহুৰ্তত বিদায় ও সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড বিষয়া শ্ৰদ্ধাৰ নৱৰত্ন কাকতি ডাঙৰীয়া,পূব বিহালী মণ্ডল সমল কেন্দ্ৰৰ সম্বনয়ক কৃষ্ণ পৌৰেল তথা বৰাজুলী আৰু লাচিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিষ্ণু উপাধ্যায় আৰু জীৱন নেপাল চাৰে বিদায়ী শিক্ষয়িত্ৰী ঊষা শইকীয়াৰ উজ্জ্বল ভৱিষ্যত কামনাৰে বক্তব্য প্ৰদান কৰে।
সভাৰ কিছু আলোক চিত্ৰ Facebook ত সাঁচি থোৱাৰ চেষ্টা কৰা হল।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম ৰেজিমেন্টৰ 134 বেটেলিয়ন ৰ মেজৰ প্ৰকাশ যাদৱৰ উপস্থিতিত বিদ্যালয়ত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপ...
05/06/2023

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম ৰেজিমেন্টৰ 134 বেটেলিয়ন ৰ মেজৰ প্ৰকাশ যাদৱৰ উপস্থিতিত বিদ্যালয়ত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়।আজিৰ এই অনুষ্ঠানত সেনা বাহিনীৰ তৰফৰ পৰা বিভিন্ন প্ৰজাতিৰ গছ পুলি যোগান ধৰি গোলকীয় উষ্ণতা বৃদ্ধি আৰু ভৱিষ্যত পৃথিৱী সম্পৰ্কত যাদৱ ডাঙৰীয়াই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,ৰাইজক সজাগতা বৃদ্ধিৰ যি পদক্ষেপ গ্ৰহণ কৰিছে,সঁচাকৈ প্ৰশংসাৰ যোগ্য।আজিৰ এই অনুষ্ঠানৰ কেইটামান স্থিৰ চিত্ৰ Facebook ত সাঁচি থলো।

18/02/2023
আজি বিদ্যালয়ত গুণতসৱ ২০২৩, অনুষ্ঠিত হয়। বহি মূল্যায়ক হিচাপে উপস্থিত থাকে শ্ৰদ্ধাৰ গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা ...
18/02/2023

আজি বিদ্যালয়ত গুণতসৱ ২০২৩, অনুষ্ঠিত হয়। বহি মূল্যায়ক
হিচাপে উপস্থিত থাকে শ্ৰদ্ধাৰ গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা ইমৰান আনচাৰি ডাঙৰীয়া।উক্ত অনুষ্ঠানতে বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্ৰদ্ধাৰ সূৰ্য কমল বৰা ডাঙৰীয়া উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলৰ লগত নৃত্য গীত পৰিৱেশন কৰি এক সুন্দৰ অনুষ্ঠান উপহাৰ দিয়া বাবে আমি বৰা চাৰলৈ অশেষ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

আজি অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ কেইটামান দৃশ্য।মণ্ডল সমল কেন্দ্ৰৰ সম্বন্নয়ক কৃষ্ণ পৌডেলৰ সঞ্চালনত আয়োজিত সভাত মুখ্য অতিথি ...
20/06/2022

আজি অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ কেইটামান দৃশ্য।মণ্ডল সমল কেন্দ্ৰৰ সম্বন্নয়ক কৃষ্ণ পৌডেলৰ সঞ্চালনত আয়োজিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলাশ্রী বিনোদ খনাল ডাঙৰীয়া।

Address

Nasbar Botiamari Road
Biswanath Chariali
784179

Alerts

Be the first to know and let us send you an email when Bimala Adarsha LP/ME School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category