মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয়

মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় Events & reports of Modanpur kherbari LP school

 আজি ইংৰাজী ১৪ নৱেম্বৰ তাৰিখে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী শ্ৰ...
24/12/2023


আজি ইংৰাজী ১৪ নৱেম্বৰ তাৰিখে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী শ্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে শিশু দিৱস উদযাপন কৰা হয়। ছাত্ৰ ছাত্ৰী সকলৰ মাজত লঘু আহাৰ বিতৰণ কৰাৰ সমান্তৰালভাৱে সাংস্কৃতিক কাৰ্য্যসুচী অনুষ্ঠিত কৰা হয়।

 আজি ইংৰাজী ২৭ অক্টোবৰ তাৰিখ শুক্ৰবাৰে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে স্বা...
24/12/2023


আজি ইংৰাজী ২৭ অক্টোবৰ তাৰিখ শুক্ৰবাৰে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত শিবিৰত চিকিৎসকৰ দ্বাৰাই ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে তেওঁলোকৰ উচ্চতা ও ওজনো পৰীক্ষা কৰি লিপিবদ্ধ কৰা হয়।

আজি ইংৰাজী ০৪ অক্টোবৰ ২০২৩ তাৰিখ বুধবাৰে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক...
24/12/2023

আজি ইংৰাজী ০৪ অক্টোবৰ ২০২৩ তাৰিখ বুধবাৰে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত তিনিচুকীয়া, মৰাদিৰিং ও মদনপুৰ গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত থাকে। আজিৰ এই সভাখনত শৈক্ষিক গুৰুত্ব বহন কৰা বহুখিনি বিষয় আলোচনা কৰা হয় আৰু লগতে মূখ্য বিষয় হিচাপে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ পুৰণি বিদ্যালয় পৰিচালনা সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়।

  আজি ইংৰাজী ০২ অক্টোবৰ ২০২৩ তাৰিখ সোমবাৰে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত মহা মানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন...
24/12/2023



আজি ইংৰাজী ০২ অক্টোবৰ ২০২৩ তাৰিখ সোমবাৰে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত মহা মানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে অহিংসা দিৱস পালন কৰা হয়। ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

  আজি ইংৰাজী ২৭ ছেপ্টেম্বৰ তাৰিখ বুধবাৰে "স্বচ্ছতা পখৱাড়া" ৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক স্বচ্ছতাৰ শপত...
24/12/2023



আজি ইংৰাজী ২৭ ছেপ্টেম্বৰ তাৰিখ বুধবাৰে "স্বচ্ছতা পখৱাড়া" ৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক স্বচ্ছতাৰ শপত বাক্য পাঠ কৰোৱা হয়।

  আজি ইংৰাজী ০৫ ছেপ্টেম্বৰ ২০২৩ তাৰিখ মঙলবাৰে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয়  প্ৰাঙ্গনত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদ...
24/12/2023


আজি ইংৰাজী ০৫ ছেপ্টেম্বৰ ২০২৩ তাৰিখ মঙলবাৰে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱস‌ উপলক্ষে তেখেতৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰা হয়। আজিৰ দিনটোত পৱিত্ৰ শিক্ষক দিৱস উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষক সকলক গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন উপহাৰো প্ৰদান কৰে। দিনটোৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা নৃত্য-গীত‌ পৰিবেশন কৰা হয়।

  26/08/23
26/08/2023

26/08/23

  মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় ৰ পৰিচালনা সমিতিৰ দ্বাৰা আগবঢ়োৱা সহযোগিতা শলাগিবলগীয়া | বিদ্যালয় পৰিচালনা সমিতিৰ স...
01/06/2023


মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় ৰ পৰিচালনা সমিতিৰ দ্বাৰা আগবঢ়োৱা সহযোগিতা শলাগিবলগীয়া | বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে আদি কৰি বাকী সকলে সাধ্যানুসৰি বিদ্যালয়খন পৰিচালনা কৰাত সহায় সহযোগিতা আগবঢ়ায় | ছবিত দেখা পোৱাজন মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি শ্ৰীযুত দীপক বুড় ডাঙৰীয়া | প্ৰখৰ ৰ'দ আৰু গৰমকো নেওচি তেখেতে মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজনীয় খৰি ফালি দি সহায় আগবঢ়াইছে | তেখেতৰ এই মহানুভৱতাক শ্ৰদ্ধা নিবেদিছো |

  ইংৰাজী ০৫/০৯/২২ তাৰিখে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা শিক্ষক দিৱস উদযাপ...
31/05/2023


ইংৰাজী ০৫/০৯/২২ তাৰিখে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা শিক্ষক দিৱস উদযাপন |

 .0ইংৰাজী ২১/০৯/২২তাৰিখে বিদ্যাঞ্জলী২.০ ৰ অন্তৰ্গত মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় ৰ দুয়োগৰাকী শিক্ষকে গাইপতি এখনকৈ ও ...
31/05/2023

.0
ইংৰাজী ২১/০৯/২২তাৰিখে বিদ্যাঞ্জলী২.০ ৰ অন্তৰ্গত মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় ৰ দুয়োগৰাকী শিক্ষকে গাইপতি এখনকৈ ও বিদ্যালয়খনৰ দুগৰাকী ৰান্ধনী বাইদেউ মিলি এখন মুঠ তিনিখন চিলিংফেন বিদ্যালয়খনলৈ অনুদান হিচাপে আগবঢ়ায় |

  ইংৰাজী ৩০/০৯/২২ তাৰিখে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় ৰ দ্বিতীয় ত্ৰৈমাসিক সভা অনুষ্ঠিত কৰা হয় |
31/05/2023


ইংৰাজী ৩০/০৯/২২ তাৰিখে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় ৰ দ্বিতীয় ত্ৰৈমাসিক সভা অনুষ্ঠিত কৰা হয় |

  ইংৰাজী ২১/১১/২২ তাৰিখৰ পৰা ২৪/১১/২২ তাৰিখলৈকে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত চাৰিদিনীয়া কাৰ্য্যসুচীৰে লাচ...
31/05/2023


ইংৰাজী ২১/১১/২২ তাৰিখৰ পৰা ২৪/১১/২২ তাৰিখলৈকে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত চাৰিদিনীয়া কাৰ্য্যসুচীৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰা হয় | এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা, শোভাযাত্ৰা, সাংস্কৃতিক অনুষ্ঠান, স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিৰ দ্বাৰা আলোচনাচক্ৰ ও বক্তৃতাপ্ৰদান আদি বিভিন্ন কাৰ্য্যসুচীৰে অনুষ্ঠিত কৰা হয় |
উপৰোক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সকলোকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় |

Address

Dhullie
Biswanath Chariali
784174

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12pm

Telephone

+918638475945

Alerts

Be the first to know and let us send you an email when মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to মদনপুৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয়:

Shortcuts

Share

Category