N C Balijuri LP School

N C Balijuri LP School Educational purposes

NC BALIJURI LPS Album2
04/02/2026

NC BALIJURI LPS Album2

NC BALIJURI LPS Album1
04/02/2026

NC BALIJURI LPS Album1

09/10/2023

✍️মানসজ্যোতি (সংগৃহীত)

কি যে বিচিত্ৰ ভাষা ইংৰাজী-----

1. Put টো পুট্‌ কিন্তু But টো বাট্‌ উচ্চাৰণ কৰা হয়।

2. Tooth- ৰ বহুবচন Teeth কিন্ত booth ৰ বহুবচন booths ।

3. Lieutenant- শব্দটো লেফ্‌টেনেণ্ট বুলি উচ্চাৰণ কৰা হয় অথচ শব্দটোত F টোৱেই নাই!

4. Colonel- শব্দটো কৰ্ণেল বুলি উচ্চৰণ হয় অথচ শব্দটোত L হে আছে R নায়েই!!

5. Insignificant মানে তাৎপৰ্যহীন, কিন্তু Invaluable মানে মহামূল্যবান।

6. সকলো Singular Subject ৰ লগত Has বহে কিন্তু 'I' আৰু 'You' singular হ'লেও Have বহে।

7. Modal Auxiliary verb Main Verb হিচাপে ব্যৱহাৰ নহয় যদিও Dare আৰু Need-- Modal Auxiliary হ'লেও ইহঁত দুটা বাক্যত Main Verb হ'ব পাৰে।

8. Hang--verb টো ওলোমাই থোৱা অৰ্থত ব্যৱহাৰ হ'লে তাৰ Past form টো হয় Hung আৰু ফাঁচি দিয়া অৰ্থত ব্যৱহাৰ হ'লে তাৰ Past Form হয় Hanged ।

9. Lie- verb টো মিছা কোৱা অৰ্থত ব্যৱহাৰ হ'লে তাৰ Past form হয় Lied আৰু পৰি থকা অৰ্থত ব্যৱহাৰ হ'লে তাৰ Past form হয় Lay ।

10. Patient- Noun হিচাপে ব্যৱহাৰ হ'লে তাৰ অৰ্থ হয় 'ৰোগী' আৰু adjective হিচাপে ব্যৱহাৰ হ'লে তাৰ অৰ্থ হয় 'ধৈৰ্যশীল'।
(আগলৈ)

✍️মানসজ্যোতি

09/09/2023

শনিবৰীয়া চ'ৰা।
সুভাষ নেৱাৰৰ নৃত্য।
কব টক জৱানী...

09/09/2023

শনিবৰীয়া চ'ৰা।
মণিকা মিঞ্জ।
নেপালী গীতত নাচিবলৈ প্ৰয়াস কৰিছে।

09/09/2023

শনিবৰীয়া চ'ৰা।
বিনীতা দেৱীৰ নৃত্য।
মা তুঝে চালাম

09/09/2023

তিনিটা শ্ৰেণী একেলগে পঢ়াব লগীয়া হয়। সেয়ে প্ৰজেক্টৰ ব্যৱহাৰ কৰি কেতিয়াবা তৃতীয় শ্ৰেণীৰ পাঠ তৃতীয় শ্ৰেণীৰ লগতে চতুৰ্থ, পঞ্চম শ্ৰেণীক পঢ়িব দিওঁ। কেতিয়াবা পঞ্চম শ্ৰেণীৰ পাঠটো তৃতীয়, চতুৰ্থ শ্ৰেণীকো পঢ়িব দিওঁ। মুঠতে পঢ়িব পাৰিলেই হ'ল।

Practical Class with FLN materials.
31/08/2023

Practical Class with FLN materials.

ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা কৈলাশপুৰ মণ্ডল সমল কেন্দ্ৰ আৰু খেৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সম...
26/05/2023

ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা কৈলাশপুৰ মণ্ডল সমল কেন্দ্ৰ আৰু খেৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সমূহক সামৰি অনুষ্ঠিত হোৱা 'জ্ঞানমেলা'ৰ কুইজ প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ (নমিত শৰ্মা, জিয়া টকবিপি, সুনীল ভূঞা, অৰ্পিতা দেৱী)দলে তৃতীয় স্থান আৰু সংগীত প্ৰতিযোগিতাত বিজিত খতিৱৰাই দ্বিতীয় স্থান লাভ কৰে।

পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদায় সমাৰোহ।
03/03/2023

পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদায় সমাৰোহ।

এন চি বালিজুৰি প্ৰাথমিক বিদ্যালয়, বাঁহবাৰী প্ৰাথমিক বিদ্যালয় আৰু মধ্য বালিজুৰি প্ৰাথমিক বিদ্যালয়ৰ Eco and Youth Club ৰ উ...
05/02/2023

এন চি বালিজুৰি প্ৰাথমিক বিদ্যালয়, বাঁহবাৰী প্ৰাথমিক বিদ্যালয় আৰু মধ্য বালিজুৰি প্ৰাথমিক বিদ্যালয়ৰ Eco and Youth Club ৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃবিদ্যালয় ফুটবল আৰু কাবাদী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকল।

Address

Balijuri
Biswanath Chariali
784182

Opening Hours

9am - 3pm

Website

Alerts

Be the first to know and let us send you an email when N C Balijuri LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category