Learn With SDA Talukdar

Directions Website

Learn With SDA Talukdar Educational Consultant

22/09/2026

অসমত পোনপ্ৰথমবাৰৰ বাবে ক’ত খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিল?

(ক) নাহৰকটীয়া
(খ) মৰাণ
(গ) ডিগবৈ
(ঘ) ৰুদ্ৰসাগৰ

17/09/2026

অসমীয়া ভাষাক চৰকাৰী ভাষাৰ মৰ্যাদা কেতিয়া দিয়া হয়?
A. ১৮৩৬। B. ১৮৭৩
C. ১৮৮৮। D. ১৯০৫

17/09/2026

World Geography,
For All Competitive Exam preparation,

14/09/2026

সিভিল অবাধ্যতা আন্দোলন কেতিয়া আৰম্ভ হয়?

A. ১৯২৮। B. ১৯২৯
C. ১৯৩০। D. ১৯৩২

14/09/2026

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈৰ নাম লিখা:

(ক) জিয়াভৰলী (খ) বুঢ়ীদিহিং (গ) দিচাং (ঘ) দিখৌ
উত্তৰ👇🏻

12/09/2026

এছিয়া আৰু আফ্ৰিকা মহাদেশক প্ৰাকৃতিকভাবে কিহে পৃথক কৰিছে _____
(ক) ইউৰাল পৰ্বতমালা. (খ) ক'কেচাচ পৰ্বত
(গ) কাস্পিয়ান সাগৰ. (ঘ) লোহিত সাগৰ
উত্তৰ👇🏻 common ত

11/09/2026

অসমৰ জলবায়ু প্ৰধানকৈ কি প্ৰকাৰৰ?

(ক) ক্ৰান্তীয় মৰু জলবায়ু
(খ) আৰ্দ্ৰ উপ-ক্ৰান্তীয় মৌচুমী জলবায়ু
(গ) শীতল তুন্দ্ৰা জলবায়ু
(ঘ) সমভাৱাপন্ন জলবায়ু
উত্তৰ

24/08/2026

Assam history
Assam Gk

20/08/2026

Teaching Skills Padagogy Assamese

16/08/2026

১. পঢ়া আৰু শব্দৰ উচ্চাৰণ কৰাত অসুবিধা হোৱা শিকন অক্ষমতাটোক কি বুলি কোৱা হয়?
ক) ডিচগ্ৰাফিয়া (Dysgraphia)
খ) ডাইলেক্সিয়া (Dyslexia)
গ) ডিচক্যালকুলিয়া (Dyscalculia)
ঘ) এফেচিয়া (Aphasia)

শুদ্ধ উত্তৰ: Comment ত

Address

PMGSY Road
Bilasipara
783348

Alerts

Be the first to know and let us send you an email when Learn With SDA Talukdar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share