1213 No. Payesti Nayeralga L.P School

1213 No. Payesti Nayeralga L.P School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 1213 No. Payesti Nayeralga L.P School, School, Gutipara Part 1, Bilasipara.

76th Republic Day celebration at our 2313 No.Payesti Nayeralga L.P School
26/01/2025

76th Republic Day celebration at our 2313 No.Payesti Nayeralga L.P School

আজি   ৰ সফল সামৰণি হয়।
20/01/2025

আজি ৰ সফল সামৰণি হয়।

আজি 05/11/2024 ইং তাৰিখ আমাৰ বিদ্যালয়ত সুধাকণ্ঠ দিৱস উদযাপন কৰা হয় ।
05/11/2024

আজি 05/11/2024 ইং তাৰিখ আমাৰ বিদ্যালয়ত সুধাকণ্ঠ দিৱস উদযাপন কৰা হয় ।

78th Independence Day celebration at our school.
15/08/2024

78th Independence Day celebration at our school.

Save Earth 🌎 Plant more n more Trees 🌳
05/06/2024

Save Earth 🌎
Plant more n more Trees 🌳

আজি ইং ০৫-৪-২০২৪ তাৰিখ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠ্যপুথি বিতৰণ কৰা হয়।
05/04/2024

আজি ইং ০৫-৪-২০২৪ তাৰিখ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠ্যপুথি বিতৰণ কৰা হয়।

আজি ইং ০৪-৪-২০২৪ তাৰিখ আজৰি সময়ত বিদ্যালয়ৰ ছাত্ৰ সকলৰ লগত অলপ ক্ৰিকেট খেলিলো । 🏏
04/04/2024

আজি ইং ০৪-৪-২০২৪ তাৰিখ আজৰি সময়ত বিদ্যালয়ৰ ছাত্ৰ সকলৰ লগত অলপ ক্ৰিকেট খেলিলো । 🏏

Uniform Distribution on 27th March 2024
28/03/2024

Uniform Distribution on 27th March 2024

আজি ইং ০৮/০৩/২০২৪ পঞ্চম শ্ৰেণীৰ বিদায় অনুষ্ঠানৰ কিছুমান মূহুৰ্ত । তেখেতে যাতে সদায় ভাল মানুহ হৈ থাকে তাৰে আশীৰ্বাদৰ লগ...
08/03/2024

আজি ইং ০৮/০৩/২০২৪ পঞ্চম শ্ৰেণীৰ বিদায় অনুষ্ঠানৰ কিছুমান মূহুৰ্ত । তেখেতে যাতে সদায় ভাল মানুহ হৈ থাকে তাৰে আশীৰ্বাদৰ লগতে ভবিষ্যত উজ্জ্বল কামনা কৰিলো। 🙌

যোৱাকালি আমাৰ বিদ্যালয়ৰ এজন ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰৰ ভৰিৰ ফালে মোৰ চকু গ'ল সি চেন্ডেল পিন্ধা নাছিলে  তাক সুধিলো  চেন্ডেল কিয...
22/02/2024

যোৱাকালি আমাৰ বিদ্যালয়ৰ এজন ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰৰ ভৰিৰ ফালে মোৰ চকু গ'ল সি চেন্ডেল পিন্ধা নাছিলে তাক সুধিলো চেন্ডেল কিয় পিন্ধা নাই সি মোক ক'লে যে তাৰ চেন্ডেল যোৰ তাৰ আগদিনা ছিঙি গৈছিল আৰু দেউতা যোৰহাটত কামলৈ গৈছে আৰু কেতিয়া আহিব নাজানে আৰু যেতিয়া আহিব তেতিয়াহে চেন্ডেল যোৰ কিনি দিব। কথাটো শুনি মোৰ বেয়া লাগিছিল, সেইবাবে আজি ছাত্ৰজনক এযোৰ চেন্ডেল কিনি আনি তাক দিলোঁ।

আজি আমাৰ বিদ্যালয়ত ৩খন নিম গছ আৰু ১খন ক'লা জামু গছৰ পুলি ৰোপন কৰো। 🌳🌳🌳
27/01/2024

আজি আমাৰ বিদ্যালয়ত ৩খন নিম গছ আৰু ১খন ক'লা জামু গছৰ পুলি ৰোপন কৰো। 🌳🌳🌳

আজি আমাৰ বিদ্যালয়ত গনতন্ত্র দিৱস উদযাপন কৰা হয়। 🇮🇳🇮🇳🇮🇳🇮🇳
26/01/2024

আজি আমাৰ বিদ্যালয়ত গনতন্ত্র দিৱস উদযাপন কৰা হয়। 🇮🇳🇮🇳🇮🇳🇮🇳

Address

Gutipara Part 1
Bilasipara
783348

Telephone

+916002890754

Website

Alerts

Be the first to know and let us send you an email when 1213 No. Payesti Nayeralga L.P School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to 1213 No. Payesti Nayeralga L.P School:

Shortcuts

Share

Category