Excellence Public School

Call Directions

Excellence Public School Education

19/09/2026
আজি ১৯ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে আমাৰ 'এক্সেলেন্স পাব্লিক স্কুল' প্ৰাংগণত "সেৱা সংকল্প অভিযান"ৰ অধীনত এখন বক্তৃতামূলক প্ৰত...
19/09/2026

আজি ১৯ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে আমাৰ 'এক্সেলেন্স পাব্লিক স্কুল' প্ৰাংগণত "সেৱা সংকল্প অভিযান"ৰ অধীনত এখন বক্তৃতামূলক প্ৰতিযোগিতা (Speech Competition) আৰু এটি কুইজ প্ৰতিযোগিতা (Quiz Competition) সফলতাৰে অনুষ্ঠিত হৈ যায়। 🧠🎤আমাৰ বিদ্যালয়ৰ কেৱল নৱম (Class 9) আৰু দশম (Class 10) শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই প্ৰতিযোগিতাখনি আয়োজন কৰা হৈছিল। বিদ্যালয়ৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সম্পূৰ্ণ তত্ত্বাৱধান আৰু পৰিচালনাত দুয়োটি কাৰ্যসূচী অতি সুচাৰুৰূপে সম্পন্ন হয়।প্ৰতিযোগিতাত আমাৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সুন্দৰ বক্তব্য আৰু কুইজৰ তীক্ষ্ণ বুদ্ধিয়ে সকলোকে সঁচাকৈয়ে আপ্লুত কৰিলে। শিক্ষক সতীৰ্থসকলৰ আশ্ৰম প্ৰচেষ্টা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ এই সক্ৰিয় অংশগ্ৰহণে সমগ্ৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিলে। সকলো মৰমৰ শিক্ষাৰ্থী আৰু শিক্ষক বৃন্দলৈ আন্তৰিক ধন্যবাদ ও অভিনন্দন। 🎓✨
ExcellencePublicSchool

আজি ১৭ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে আমাৰ Excellence Public School (E.P.S.) ত 'Sewa Sankalp Abhiyan' উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ ...
17/09/2026

আজি ১৭ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে আমাৰ Excellence Public School (E.P.S.) ত 'Sewa Sankalp Abhiyan' উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা ড্ৰয়িং কম্পিটিচন (Art Competition) অনুষ্ঠিত কৰা হয়। আমাৰ মৰমৰ ল'ৰা-ছোৱালীবোৰে নিজৰ মনৰ কল্পনাৰে বগা কাগজৰ বুকুত বৰ ধুনীয়া ধুনীয়া ছবি আঁকিলে। সিহঁতৰ এই সুন্দৰ প্ৰতিভাই আমাক সঁচাকৈয়ে বহুত সুখী কৰিছে। প্ৰতিযোগিতাৰ কিছুমান মৰমলগা মুহূৰ্তৰ ফটো আপোনালোকলৈ আগবঢ়ালোঁ। আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব। ধন্যবাদ। 🙏🎨✨

🌸✨ শিক্ষক দিৱস উদযাপন ২০২৬ ✨🌸শিক্ষক হৈছে জ্ঞানৰ পোহৰেৰে ছাত্ৰ-ছাত্ৰীৰ জীৱন আলোকিত কৰা এগৰাকী পথপ্ৰদৰ্শক। ❤️আজি Excellenc...
05/09/2026

🌸✨ শিক্ষক দিৱস উদযাপন ২০২৬ ✨🌸

শিক্ষক হৈছে জ্ঞানৰ পোহৰেৰে ছাত্ৰ-ছাত্ৰীৰ জীৱন আলোকিত কৰা এগৰাকী পথপ্ৰদৰ্শক। ❤️

আজি Excellence Public School-ত অতি আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হ’ল শিক্ষক দিৱস। এই বিশেষ দিনটোত আমাৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কটোৱা কিছু সুন্দৰ আৰু স্মৰণীয় মুহূৰ্তৰ আলোকচিত্ৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। 📸🌷

এই ছবিসমূহে আমাৰ বিদ্যালয়ৰ পৰিয়ালটোৰ মাজত থকা মৰম, সন্মান, সহযোগিতা আৰু একাত্মতাৰ সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰে। 🤝❤️

সকলো শিক্ষক-শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। 🌹

“এজন ভাল শিক্ষকে কেৱল পাঠদান নকৰে, তেওঁ ভৱিষ্যৎ গঢ়ে।” ✨

#শিক্ষকদিৱস২০২৬ #শিক্ষকৰসন্মান

Today, our students enthusiastically celebrated World Environment Day by participating in a plantation activity within t...
05/06/2026

Today, our students enthusiastically celebrated World Environment Day by participating in a plantation activity within the school campus. Through this initiative, students learned the importance of protecting nature, planting trees, and creating a greener environment for future generations.
*Excellence Public School*

জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান মোকাবিলাৰ লক্ষ্যৰে আজি ছাত্ৰ-ছাত্ৰীৰ সৈতে গছ ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হ'ল। এটা গছ ৰোপণ ...
05/06/2026

জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান মোকাবিলাৰ লক্ষ্যৰে আজি ছাত্ৰ-ছাত্ৰীৰ সৈতে গছ ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হ'ল। এটা গছ ৰোপণ মানেই সেউজীয়া আৰু সুস্থ ভৱিষ্যতৰ দিশে এটা পদক্ষেপ।
"গছ বচাওঁ, জলবায়ু বচাওঁ, পৃথিৱী বচাওঁ।"

আজি বিশ্ব পৰিৱেশ দিৱস ......................আহক সংকল্প লওঁ এখন সেউজীয়া পৃথিৱী গঢ়াৰ ......
05/06/2025

আজি বিশ্ব পৰিৱেশ দিৱস ......................আহক সংকল্প লওঁ এখন সেউজীয়া পৃথিৱী গঢ়াৰ ......

27/05/2025

Address

Tilapara
Bilasipara
783348

Telephone

+916001706824

Website

Alerts

Be the first to know and let us send you an email when Excellence Public School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share