HELLO BIJNI

HELLO BIJNI information for all subjects

বিশ্ব পৰিৱেশ 🌳 দিৱসৰ বহুত বহুত শুভেচ্ছা 💕
05/06/2026

বিশ্ব পৰিৱেশ 🌳 দিৱসৰ বহুত বহুত শুভেচ্ছা 💕

অসমৰ মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাৰ মন্ত্ৰী সমূহৰ তালিকা , ২০২৬ চনৰ |
04/06/2026

অসমৰ মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাৰ মন্ত্ৰী সমূহৰ তালিকা , ২০২৬ চনৰ |

নামঘোষাত🕉️ "নৰসিংহ দেৱ"কোনো ঐতিহাসিক বা বৈষ্ণৱ গুৰু নহয়, বৰঞ্চ তেওঁ হৈছে ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থ অৱতাৰ।🔱মহাপুৰুষ শ্ৰীশ...
04/06/2026

নামঘোষাত🕉️ "নৰসিংহ দেৱ"কোনো ঐতিহাসিক বা বৈষ্ণৱ গুৰু নহয়, বৰঞ্চ তেওঁ হৈছে ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থ অৱতাৰ।🔱
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত 'নামঘোষা'ৰ আৰম্ভণিতে (নমস্কাৰ খণ্ডৰ ৩ নম্বৰ ঘোষাত) ভগৱান শ্ৰীবিষ্ণুৰ দহটা অৱতাৰৰ (দশ অৱতাৰ) বন্দনা কৰা হৈছে। 🌞
🌞তাৰ ভিতৰতেই নৰসিংহ দেৱ অন্যতম।
পৌৰাণিক আখ্যান অনুসৰি, ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিবলৈ আৰু হিৰণ্যকশিপু নামৰ অসুৰক বধ কৰিবলৈ ভগৱান বিষ্ণুৱে নৰসিংহ (অৰ্ধ মানৱ, অৰ্ধ সিংহ) ৰূপ ধাৰণ কৰিছিল। নামঘোষাত এই দশ অৱতাৰৰ লগতে নৰসিংহ ৰূপকো কৃষ্ণৰেই বিভিন্ন আকৃতি বুলি মানি প্ৰণাম জনোৱা হৈছে।

জ্যোতিৰাদিত্য মাধৱৰাও সিন্ধিয়া🧑‍✈️,yotiraditya Madhavrao Scindia ,💐 বর্তমান তিনি কেন্দ্রীয় উত্তর পূর্ব উন্নয়নমন্ত্রী ...
03/06/2026

জ্যোতিৰাদিত্য মাধৱৰাও সিন্ধিয়া🧑‍✈️,yotiraditya Madhavrao Scindia ,💐 বর্তমান তিনি কেন্দ্রীয় উত্তর পূর্ব উন্নয়নমন্ত্রী 🙋| অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক বস্ত্ৰ মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ সৈতে আজি নতুন দিল্লীত 'স্নেহজৰি' (Thread of Love) নামৰ এক অতি গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰে |

দৰ্শন কৰক পাণবাৰী কালী মা'ৰ মূৰ্তি |
02/06/2026

দৰ্শন কৰক পাণবাৰী কালী মা'ৰ মূৰ্তি |

২০২৫ চনৰ বিজনী শিৱ শংকৰ কলনীৰ দুৰ্গা পূজা পেণ্ডেল |
02/06/2026

২০২৫ চনৰ বিজনী শিৱ শংকৰ কলনীৰ দুৰ্গা পূজা পেণ্ডেল |

फणीन बर' (যি ইউপিপিএল- UPPL দলনি বিজনী জিলা নি गाहाइ नेहाथारि आरो साव रायजो बर' फरायसा आफाद- ABSU नि बारग' दैदेनगिरि आथो...
01/06/2026

फणीन बर' (যি ইউপিপিএল- UPPL দলনি বিজনী জিলা নি गाहाइ नेहाथारि आरो साव रायजो बर' फरायसा आफाद- ABSU नि बारग' दैदेनगिरि आथोनमोन) थांनानै गैया।

ফণীন বড়ো (যি ইউপিপিএল- UPPL দলৰ বিজনি জিলাৰ সভাপতি আৰু সদৌ অসম ছাত্ৰ সন্থা- ABSU ৰ প্ৰাক্তন নেতা আছিল) বৰ্তমান এই পৃথিৱীত নাই।

২০২৬ চনৰ ১ জুন তাৰিখে তেওঁৰ অকাল বিয়োগ ঘটে।

"অৱশেষত অপেক্ষাৰ অন্ত পৰিল! কেইবা বছৰৰ কষ্ট, ত্যাগ আৰু ধৈৰ্য্যৰ অন্তত আৰ.চি.বি. (RCB) ৰ হাতত আই.পি.এল. ট্ৰফী। বিৰাট আৰু ...
01/06/2026

"অৱশেষত অপেক্ষাৰ অন্ত পৰিল! কেইবা বছৰৰ কষ্ট, ত্যাগ আৰু ধৈৰ্য্যৰ অন্তত আৰ.চি.বি. (RCB) ৰ হাতত আই.পি.এল. ট্ৰফী। বিৰাট আৰু অনুষ্কাৰ এক অনাবিল সুখৰ মূহূৰ্ত।"
​ * * *

পানবাৰী কালী মন্দিৰ (Panbari Kali Mandir) হৈছে ভাৰতৰ অসম ৰাজ্যৰ চিৰাং জিলাৰ (Bijni, Chirang District) অন্তৰ্ভুক্ত পানবাৰ...
01/06/2026

পানবাৰী কালী মন্দিৰ (Panbari Kali Mandir) হৈছে ভাৰতৰ অসম ৰাজ্যৰ চিৰাং জিলাৰ (Bijni, Chirang District) অন্তৰ্ভুক্ত পানবাৰী অঞ্চলত অৱস্থিত |

Address

Bijni
783390

Website

Alerts

Be the first to know and let us send you an email when HELLO BIJNI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share