Zakir Hussain Public High school Alumni Association

  • Home
  • India
  • Bijni
  • Zakir Hussain Public High school Alumni Association

Zakir Hussain Public High school Alumni Association Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Zakir Hussain Public High school Alumni Association, School, Bijni.

Higher Secondary Admission in Cotton University (2026-2027) (H.S.- Science and H.S. - Arts).
08/04/2026

Higher Secondary Admission in Cotton University (2026-2027) (H.S.- Science and H.S. - Arts).

Happy Teacher's day ❤️🙏
05/09/2025

Happy Teacher's day ❤️🙏

আজি ২/১০/২০২৩ ইং তাৰিখ সোমবাৰ, জাকিৰ হুছেইন পাব্লিক হাই স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সম্মিলনী ৰ কাৰ্য্যকৰি সভাৰ কেইটামান...
02/10/2023

আজি ২/১০/২০২৩ ইং তাৰিখ সোমবাৰ, জাকিৰ হুছেইন পাব্লিক হাই স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সম্মিলনী ৰ কাৰ্য্যকৰি সভাৰ কেইটামান আলোকচিত্ৰ।

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।
01/10/2023

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।

01/10/2023

@আমন্ত্ৰণ পত্ৰ@
প্ৰথমতে সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। ইয়াৰে আপোনালোকক জনোৱা হয় যে অহা কালি ০২/১০/২০২৩ ইং তাৰিখ সোমবাৰ দিনা ৰাতি পূৱা ১১:০০ বজাত জাকিৰ হুছেইন পাব্লিক হাই স্কুলৰ প্ৰাক্তন ছাত্ৰ - ছাত্ৰী সন্মিলনী ৰ এখন সাধাৰণ সভাৰ আয়োজন কৰা হৈছে।
গতিকে উক্ত সভাত উপস্থিত হৈ আপোনালোকৰ সু-পৰামৰ্শ আগবঢ়াব, যাতে আগন্তুক দিনত আমি প্ৰাক্তন ছাত্ৰ - ছাত্ৰী সকলে আমাৰ মৰমৰ স্কুল খনক উন্নতি কৰাৰ ক্ষেত্ৰত সহায় সহযোগীতা কৰিব পাৰোঁ। সেয়ে আপোনলোকৰ যথা সময়ত উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
বিঃদ্ৰ:- (জীৱনৰ আটাইতকৈ আনন্দময় সময় পাৰ কৰা ,আমাৰ আৱেগ জড়িত হৈ থকা তথা আমাৰ পূৰ্ব পূৰুষে অধ্যয়ন কৰা আমাৰ সকলোৰে হিয়াৰ আমঠু,আপোন আপোন ভাব জড়িত থকা এই বিদ্যালয়খনক যদি সময়ৰ সোতত বিলীন হৈ যোৱাটো নিবিচাৰে তেন্তে উক্ত দিনা যথা সময়ত উপস্থিত থাকি আমাক দিহা পৰামৰ্শ দিব বুলি আমি আশাবাদী)।

সময়:- ৰাতি পূৱা ১১ বজাত।
স্থান:- জাকিৰ হুছেইন পাব্লিক হাই স্কুল প্ৰাঙ্গণ ।

ধন্যবাদেৰে
সভাপতি/ সাধাৰণ সম্পাদক
প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনী, জাকিৰ হুছেইন পাব্লিক হাই স্কুল।

22/09/2023

প্ৰথমতে সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকক জনাব বিচাৰোঁ যে অহা ২৫/০৯/২০২৩ ইং তাৰিখ সোমবাৰ ৰাতি পূৱা ১১:০০ বজাত জাকিৰ হুছেইন পাব্লিক হাই স্কুলৰ প্ৰাক্তন ছাত্ৰ - ছাত্ৰী সন্মিলনী ৰ এখন সাধাৰণ সভাৰ আয়োজন কৰা হৈছে।
গতিকে উক্ত সভাত আপোনালোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। সভাত উপস্থিত হৈ আপোনালোকৰ সু-পৰামৰ্শ আগবঢ়াব, যাতে আগন্তুক দিনত আমি প্ৰাক্তন ছাত্ৰ - ছাত্ৰী সকলে আমাৰ মৰমৰ স্কুল খনক উন্নতি কৰাৰ ক্ষেত্ৰত সহায় সহযোগীতা কৰিব পাৰোঁ। সেয়ে সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।

সময়:- ৰাতি পূৱা ১১ বজাত।
স্থান:- জাকিৰ হুছেইন পাব্লিক হাই স্কুল প্ৰাঙ্গণ ।

ধন্যবাদেৰে
সভাপতি/ সাধাৰণ সম্পাদক
প্ৰাক্তন ছাত্ৰ - ছাত্ৰী সন্মিলনী, জাকিৰ হুছেইন পাব্লিক হাই স্কুল।

12/08/2023

প্ৰথমতে সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকক জনাব বিচাৰোঁ যে যোৱা জুলাই মাহৰ ২৯ তাৰিখত জাকিৰ হুছেইন পাব্লিক হাই স্কুলৰ পৰিচালনা সমিতি আৰু শিক্ষক সকলৰ উদ্দোগত সন্মানীয় সভাপতিৰ সভাপতিত্ব প্ৰাক্তন ছাত্ৰ - ছাত্ৰী সন্মিলনী সমিতি গঠন কৰি দিয়ে। সেয়ে অহা কালি ৰাতি পূৱা ১১ বজাত এখন সাধাৰণ সভাৰ আয়োজন কৰা হৈছে।
গতিকে উক্ত সভাত আপোনালোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। সভাত উপস্থিত হৈ আপোনালোকৰ সু-পৰামৰ্শ আগবঢ়াব, যাতে আগন্তুক দিনত আমি প্ৰাক্তন ছাত্ৰ - ছাত্ৰী সকলে আমাৰ মৰমৰ স্কুল খনক উন্নতি কৰাৰ ক্ষেত্ৰত সহায় সহযোগীতা কৰিব পাৰোঁ। সেয়ে সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।

সময়:- ৰাতি পূৱা ১১ বজাত।
স্থান:- জাকিৰ হুছেইন পাব্লিক হাই স্কুল প্ৰাঙ্গণ ।

ধন্যবাদেৰে
সভাপতি/ সাধাৰণ সম্পাদক
প্ৰাক্তন ছাত্ৰ - ছাত্ৰী সন্মিলনী, জাকিৰ হুছেইন পাব্লিক হাই স্কুল।

যোৱা কালি ২৯/০৭/২৩ ইং তাৰিখে  এলুমেনি এচিছিয়েছন গঠন কৰা হয়। Amzad Hussain Paramanik  আৰু Alauddin Ahmed ক সভাপতি আৰু স...
30/07/2023

যোৱা কালি ২৯/০৭/২৩ ইং তাৰিখে এলুমেনি এচিছিয়েছন গঠন কৰা হয়। Amzad Hussain Paramanik আৰু Alauddin Ahmed ক সভাপতি আৰু সাধাৰণ সম্পাদক ৰ দায়িত্ব দিয়া হয়। অতি সোনকালেই সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোক মাতি এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হ'ব ।

Address

Bijni
783390

Website

Alerts

Be the first to know and let us send you an email when Zakir Hussain Public High school Alumni Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category