কুকলুং আঞ্চলিক ইউনিয়ন আমছু

  • Home
  • India
  • Bijni
  • কুকলুং আঞ্চলিক ইউনিয়ন আমছু

কুকলুং আঞ্চলিক ইউনিয়ন আমছু ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা ।শিক্ষাই জাতিৰ মেৰুদণ্ড ।
সংখযালঘূ সকলৰ হকে জাতি,ধৰ্ম,ভাষা নিৰ্বিশেষে মাত মাতিব আমছুয়ে ।

  🎉 👏 👏   আমাৰ কুকলুং অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুন্দৰ  প্ৰদৰ্শনেৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক কুকলুং আঞ্চলি...
28/04/2026

🎉 👏 👏
আমাৰ কুকলুং অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুন্দৰ প্ৰদৰ্শনেৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক কুকলুং আঞ্চলিক ইউনিয়ন আমছু ৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ
এইবেলি আমাৰ কুকলুং অঞ্চলৰ ফলাফল সন্তোষ জনক হৈছে।
আশাকৰোঁ আগলৈ আৰু উন্নতি হব যদিহে শিক্ষা ব্যৱস্থা আৰু এই অঞ্চলৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি সমূহত গুৰুত্ব দিয়া হয়।

 #আমছু অকল নাম নহয় ই হৈছে সংখ্যালঘূ ৰাইজৰ একমাত্ৰ ব্ৰেণ্ড যিয়ে কলমৰ জৰিয়তে অধিকাৰ কাঢ়ি আনিব পাৰে , কামৰ দ্বাৰা নিজৰ ...
10/11/2025

#আমছু অকল নাম নহয় ই হৈছে সংখ্যালঘূ ৰাইজৰ একমাত্ৰ ব্ৰেণ্ড যিয়ে কলমৰ জৰিয়তে অধিকাৰ কাঢ়ি আনিব পাৰে , কামৰ দ্বাৰা নিজৰ পৰিচয় দিব পাৰে ।
Minnatul Islam, General Secretary AAMSU Rejaul Karim Sarkar , President of AAMSU Adv Imtiaz Hussain

ইংৰাজী ০৪-১১-২০২৫ ইং তাৰিখে বিজনী জিলা আমছুৰ উদ্যোগত ''Assamese Live'' নামৰ ফেচবুক পেজৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰা হয়।  উ...
04/11/2025

ইংৰাজী ০৪-১১-২০২৫ ইং তাৰিখে বিজনী জিলা আমছুৰ উদ্যোগত ''Assamese Live'' নামৰ ফেচবুক পেজৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰা হয়। উল্লেখযোগ্য যে এই পেজটোয়ে সামাজিক মাধ্যমত আমছুৰ গৰিমা বিনষ্ট কৰাৰ বাবে আৰু আমছুৰ সন্মানীয় সভাপতিৰ ৰেজাউল কৰিম চৰকাৰ আৰু কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়াক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে কু-অভিসন্দি ৰচনা কৰি সংবিধান বিৰোধী আপত্তিজনক পোষ্ট কৰা পৰিলক্ষিত হয়। তদুপলক্ষে বিজনী আৰক্ষী থানাত উক্ত পেজটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন এজাহাৰ দাখিল কৰা হয়।

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিশিষ্ট শিল্পী চৈয়দ ছাদুল্লাদেৱৰ দেহাৱসানৰ বাতৰিয়ে মৰ্মাহত কৰিছে...
30/10/2025

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিশিষ্ট শিল্পী চৈয়দ ছাদুল্লাদেৱৰ দেহাৱসানৰ বাতৰিয়ে মৰ্মাহত কৰিছে।

অসমবাসী জুবিন গাৰ্গৰ শোকত ডুবি থকাৰ সময়তে ছাদুল্লাদেৱৰো বিয়োগৰ বাতৰি বেদনাদায়ক!

শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

One Million ৰো অধিক অনুৰাগীয়ে ন্যায় বিচাৰিছে।
16/10/2025

One Million ৰো অধিক অনুৰাগীয়ে ন্যায় বিচাৰিছে।

 #জাতিৰ_পিতা   মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ দিনটোত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ স্বাধীনতা আন্দোলনত তেখেতৰ অবদান অত...
02/10/2025

#জাতিৰ_পিতা
মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ দিনটোত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ স্বাধীনতা আন্দোলনত তেখেতৰ অবদান অতুলনীয়
তেখেতৰ বাবেই আজি আমি স্বাধীনতাৰ সোৱাদ লাভ কৰিছোঁ ।

19/09/2025

Address

VILL-No1 Dangsiapara. PO-DANGSIAPARA.
Bijni
783393

Alerts

Be the first to know and let us send you an email when কুকলুং আঞ্চলিক ইউনিয়ন আমছু posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share