28/06/2020
১১) ভাৰতৰ প্ৰথম আন্টাৰ্কটিকাত পদাপৰ্নকাৰী মহিলা — মাহেল মুছা।
১২) ভাৰতৰ প্ৰথম আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মহিলা সদস্য — নীতা আম্বানি।
১৩) ভাৰতৰ প্ৰথম মহিলা মুখ্য নিৰ্বাচন কমিছনাৰ — ৰামা দেবী।
১৪) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰসংঘৰ সাধাৰন অধিৱেশনৰ মহিলা সভাপতি — বিজয়লক্ষ্মী পন্ডিত।
১৫) ভাৰতৰ প্ৰথম অলিম্পিক পদক জয়ী মহিলা — কৰ্ণম মালেশ্বৰী।
১৬) ভাৰতৰ প্ৰথম মহিলা সেনা (স্থলবাহিনী) — শান্তি টিগ্গা।
১৭) ভাৰতৰ প্ৰথম মহিলা মুখ্য তথ্য কমিশনাৰ — দীপক সাঁধু।
১৮) ভাৰতৰ প্ৰথম মহিলা বিদেশমন্ত্ৰী — সুষমা স্বৰাজ।
১৯) ভাৰতৰ প্ৰথম মেগছেছ পুৰষ্কাৰ জয়ী মহিলা — কমলাদেবী চ্যাটাৰ্জী।
২০) ভাৰতৰ প্ৰথম অলিম্পিক পদক জয়ী মহিলা — পি. ভি. সিন্ধু।
২১) ভাৰতৰ প্ৰথম মহিলা বিচাৰপতি (উচ্চ ন্যায়ালয়) — আন্না চান্ডি।