জ্ঞান সাগৰ

জ্ঞান সাগৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from জ্ঞান সাগৰ, Education, Bijni.

'জ্ঞান সাগৰ' পেজত সকলোৰে সুবিধা হোৱাকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰা সম্ভাৱ্য তথা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সমূহ প্ৰতিদিনে আলোচনা কৰা হয়। অনুগ্ৰহ কৰি সকলোৱে পেজটো লাইক আৰু শ্বেয়াৰ কৰি আগবঢ়াই নিয়াত সহায় কৰে যেন।�

18/10/2024

তলৰ কোন গৰাকী খেলুৱৈয়ে একেৰাহে দুবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰে -
ক) জয়ন্ত তালুকদাৰ
খ) শিৱ থাপা
গ) লাভলীনা বৰগোহাঁই
ঘ) ক) আৰু খ) দুয়োটা

17/10/2024

ইন্টাৰনেটত অসমীয়া উইকিপিডিয়া মুকলি কৰা হয় -
ক) ১৯৬০
খ) ১৯৭২
গ) ২০০২
ঘ) ২০০৪

17/10/2024

'ৰঙিয়াল ঘৰ' নিম্নোক্ত কোনটোৰ লগত সম্পৰ্কিত -
ক) বৰপেটা কীৰ্তন ঘৰ
খ) ঢেঁকীয়াখোৱা নামঘৰ
গ) ঠেঙাল ভৱন
ঘ) ৰংঘৰ

17/10/2024

অসমৰ ৰাজ্যিক আয়ৰ কৃষি খণ্ডৰ পৰা অহা বৰঙণি
৪৫/২৫/২৯/৩৯

17/10/2024

বৰাইল পাহাৰৰ আটাইতকৈ কম উচ্চতাৰ শৃংগ কোনটো?
ক) লাইকে
খ) মহাদেউ
গ) কৌকাহা
ঘ) সিংহাসন

17/10/2024

তলৰ কোন গৰাকী খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ কৰা নাই -
ক)ভোগেশ্বৰ বৰুৱা
খ)দীপাংকৰ ভট্টাচাৰ্য্য
গ)জয়ন্ত তালুকদাৰ
ঘ)শিৱ থাপা

17/10/2024

ইংৰাজৰ বিৰুদ্ধে অসমৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম আৰম্ভ হয়-
১৮২৪
১৮২৬
১৮২৮
১৮৬১

অসম ৰত্ন বঁটা বিজয়ী ব্যক্তিসকল
04/10/2024

অসম ৰত্ন বঁটা বিজয়ী ব্যক্তিসকল

02/10/2024

'কেঁচা বৰলক জোকাই ল'লে গা সাৰিবলৈ টান।' - নিম্নোক্ত কোনখন গ্ৰন্থৰ সূচনাংশ -
ক) বলিয়া হাতী
খ) পখিলা
গ) মহাৰথী
ঘ) মৃত্যুঞ্জয়

02/10/2024
30/09/2024

'অসমীয়া ভাষা উন্নতি সাধিনী সভা' (অ.ভা.উ.সা) ৰ প্ৰথম সম্পাদক কোন?

Address

Bijni

Telephone

+916000979008

Website

Alerts

Be the first to know and let us send you an email when জ্ঞান সাগৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to জ্ঞান সাগৰ:

Shortcuts

Share

Category