সাহিত্যৰথী মডেল একাডেমী

  • Home
  • India
  • Bijni
  • সাহিত্যৰথী মডেল একাডেমী

সাহিত্যৰথী মডেল একাডেমী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সাহিত্যৰথী মডেল একাডেমী, School, Bijni.

২০১৪ চনৰ ১৮ আগষ্ট ইং তাৰিখ, সোমবাৰে এই অঞ্চলৰ কিছু গণ্য মান্য তথা সুহৃদ ব্যক্তিৰ অনুপ্ৰেৰণাত আৰু শিক্ষিত যুৱকৰ প্ৰচেষ্টাত এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠা হয়। অতি ভিতৰুৱা অঞ্চলৰ ল'ৰা-ছোৱালীৰ উন্নত শিক্ষাৰ মানসেৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ ২০১৫ চনৰ জানুৱাৰী মাহৰ ০৫ তাৰিখৰ পৰা পাঠদান কাৰ্যসূচী আৰম্ভ কৰা হয়।

Yoga class at S.M. Academy , Amraguri Chirang on 21 st june 2025.
21/06/2025

Yoga class at S.M. Academy , Amraguri Chirang on 21 st june 2025.

গছ কাটি অট্টালিকা সজাৰ সপোন দেখোঁ, কিন্তু গছৰ পুলি ৰোৱাৰ সপোন আমি কেতিয়াও নেদেখোঁ...
05/06/2024

গছ কাটি অট্টালিকা সজাৰ সপোন দেখোঁ, কিন্তু গছৰ পুলি ৰোৱাৰ সপোন আমি কেতিয়াও নেদেখোঁ...

সাহিত্যৰথী মডেল একাডেমিৰ 2024 ইং বৰ্ষৰ সম্বৰ্ধনা অনুষ্ঠান...
16/05/2024

সাহিত্যৰথী মডেল একাডেমিৰ 2024 ইং বৰ্ষৰ সম্বৰ্ধনা অনুষ্ঠান...

২০২৪-২৫ চনৰ নাম ভৰ্তিকৰণ চলি আছে...সাহিত্যৰথী মডেল একাডেমি, আমৰাগুৰী, শিলবাৰী/আবাদীপাৰা, চিৰাং, অসম-৭৮৩৩৯৩।
09/03/2024

২০২৪-২৫ চনৰ নাম ভৰ্তিকৰণ চলি আছে...
সাহিত্যৰথী মডেল একাডেমি, আমৰাগুৰী, শিলবাৰী/আবাদীপাৰা, চিৰাং, অসম-৭৮৩৩৯৩।

S.M.Academy 1st day 2024
02/01/2024

S.M.Academy 1st day 2024

2023 বৰ্ষৰ শিক্ষক দিৱস উদযাপন কৰাৰ কেইখনমান মান আলোকচিত্ৰ।
06/09/2023

2023 বৰ্ষৰ শিক্ষক দিৱস উদযাপন কৰাৰ কেইখনমান মান আলোকচিত্ৰ।

সাহিত্যৰথী মডেল একাডেমীত ৭৪ তম গণৰাজ্য দিৱস উপলক্ষে পতাকা উত্তোলনৰ লগতে সৰস্বতী পুজাৰ আয়োজন পৰ্ব ............
26/01/2023

সাহিত্যৰথী মডেল একাডেমীত ৭৪ তম গণৰাজ্য দিৱস উপলক্ষে পতাকা উত্তোলনৰ লগতে সৰস্বতী পুজাৰ আয়োজন পৰ্ব ............

যাত্ৰা আৰম্ভ কৰিলোঁ।
17/12/2022

যাত্ৰা আৰম্ভ কৰিলোঁ।

আজি সাহিত্যৰথী মডেল একাডেমিৰ উদ্যোগত 400 সংখ্যক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। 24-11-2022
24/11/2022

আজি সাহিত্যৰথী মডেল একাডেমিৰ উদ্যোগত 400 সংখ্যক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। 24-11-2022

23/03/2022

কাইলৈ ৰাতিপুৱা ১০ বজাত অংকুৰৰ পৰা অষ্টম শ্ৰেণীলৈকে বাৰ্ষিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব।

Address

Bijni

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 1pm

Website

Alerts

Be the first to know and let us send you an email when সাহিত্যৰথী মডেল একাডেমী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category