Madhabdev Art Institute

Madhabdev Art Institute Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Madhabdev Art Institute, Education, SH-43, Bihpuriagaon.

আজি ইং ১৬-১১-২০২৫ তাৰিখে শিশু দিৱস উপলক্ষে অয়োজন কৰা চিত্ৰাঙ্কন প্ৰতিযোগীতাৰ ফলাফল --Group A1st- DIBYANSH DAS2nd- PINAX ...
16/11/2025

আজি ইং ১৬-১১-২০২৫ তাৰিখে শিশু দিৱস উপলক্ষে অয়োজন কৰা চিত্ৰাঙ্কন প্ৰতিযোগীতাৰ ফলাফল --

Group A

1st- DIBYANSH DAS
2nd- PINAX HAZARIKA
3rd- TRISHA DEBNATH

Group B

1st - SHREYASI DUTTA
2nd - PRIYOM PAUL
3rd- SOHAM NANDI

Group C

1st- DRISTI DUTTA
2nd- ARNAB DUTTA
3rd- JITUPAL BORUAH.

01/05/2025
আজি 27/04/25 তাৰিখে PPII ক্লাছৰ ছাত্ৰ - ছাত্ৰী সকলে কৰা পেপাৰ কাটিং, ফল্ডিং আৰু পেষ্টিং (origami)কাম শিকোৱাৰ কিছুমান দৃশ...
27/04/2025

আজি 27/04/25 তাৰিখে PPII ক্লাছৰ ছাত্ৰ - ছাত্ৰী সকলে কৰা পেপাৰ কাটিং, ফল্ডিং আৰু পেষ্টিং (origami)কাম শিকোৱাৰ কিছুমান দৃশ্য।

আজি ইংৰাজী 24/09/2023 তাৰিখে 1st year ক্লাছৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা পেপাৰ কাটিং, ফল্ডিং  আৰু পেষ্টিং (origami) কাম শিকোৱা...
24/09/2023

আজি ইংৰাজী 24/09/2023 তাৰিখে 1st year ক্লাছৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা পেপাৰ কাটিং, ফল্ডিং আৰু পেষ্টিং (origami) কাম শিকোৱাৰ কিছুমান দৃশ্য।

আজি ইংৰাজী 16/07/2023 তাৰিখে  PP1 ক্লাছৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা পেপাৰ কাটিং, ফল্ডিং  আৰু পেষ্টিং (origami) কাম শিকোৱাৰ কি...
16/07/2023

আজি ইংৰাজী 16/07/2023 তাৰিখে PP1 ক্লাছৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা পেপাৰ কাটিং, ফল্ডিং আৰু পেষ্টিং (origami) কাম শিকোৱাৰ কিছুমান দৃশ্য 😊

আজি ইংৰাজী 09/07/2023 তাৰিখে  PP1 junior ক্লাছৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা পেপাৰ কাটিং, ফল্ডিং  আৰু পেষ্টিং কৰি origami কাম শ...
09/07/2023

আজি ইংৰাজী 09/07/2023 তাৰিখে PP1 junior ক্লাছৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা পেপাৰ কাটিং, ফল্ডিং আৰু পেষ্টিং কৰি origami কাম শিকোৱাৰ কিছুমান দৃশ্য 😊

১৫ জুলাই ২০২২ তাৰিখৰ পৰা মাধৱদেৱ আৰ্ট ইনষ্টিটিউটৰ দ্বাৰা অনুষ্ঠিত কৰা বিনামূলীয়া গ্ৰীষ্মকালীন শিল্প মেলা আৰু যোগ শিবিৰৰ ...
07/08/2022

১৫ জুলাই ২০২২ তাৰিখৰ পৰা মাধৱদেৱ আৰ্ট ইনষ্টিটিউটৰ দ্বাৰা অনুষ্ঠিত কৰা বিনামূলীয়া গ্ৰীষ্মকালীন শিল্প মেলা আৰু যোগ শিবিৰৰ কিছু ছবি 😊

আগন্তুক ২৫ বহাগ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম দিৱস উপলক্ষে "মাধৱদেৱ আৰ্ট ইনষ্টিটিউট" ৰ ছাত্র-ছাত্ৰী সকলে  অঁকা ছবিখিন...
08/05/2022

আগন্তুক ২৫ বহাগ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম দিৱস উপলক্ষে "মাধৱদেৱ আৰ্ট ইনষ্টিটিউট" ৰ ছাত্র-ছাত্ৰী সকলে অঁকা ছবিখিনিৰ ভিতৰত কেইখনমান ভাল ছবি।👍✨

আগন্তুক ২৫ বহাগ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম দিৱস উপলক্ষে "মাধৱদেৱ আৰ্ট ইনষ্টিটিউট" ৰ ছাত্র-ছাত্ৰী সকলে অঁকা কিছু ছব...
08/05/2022

আগন্তুক ২৫ বহাগ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম দিৱস উপলক্ষে "মাধৱদেৱ আৰ্ট ইনষ্টিটিউট" ৰ ছাত্র-ছাত্ৰী সকলে অঁকা কিছু ছবি।✨✨

Address

SH-43
Bihpuriagaon
784161

Website

Alerts

Be the first to know and let us send you an email when Madhabdev Art Institute posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category