Shankardev Shishu Niketon , Bhawanipur

Shankardev Shishu Niketon , Bhawanipur SSNB is not just our school
It's an emotion

12/07/2025

*Abacus Classes Admission Open!*

Join our Abacus classes at Sankardev Sishu Niketan Bhawanipur, starting from July 19, 2025!

Improve your mental math skills and build a strong foundation in mathematics. Limited seats available!

Contact us for more information and registration.

Don't miss this opportunity to unlock your child's potential!

☎️ 86380-77293

SSNB is not just our school
It's an emotion

19/04/2025

ঃবিশেষ গোহাৰিঃ
শংকৰদেৱ শিশু নিকেতন, ভৱানীপুৰৰ উদ্যোগত আৰু শ্ৰী শংকৰদেৱ নেত্ৰালয় গুৱাহাটীৰ সহযোগত কাইলৈ দিনৰ ১১.০০ বজাৰ পৰা আবেলি ৩.০০ বজালৈ এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে।
উক্ত শিবিৰৰ যোগেদি সকলো চকু চানি পৰা ৰোগীক সম্পূৰ্ণ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰা হ'ব।

✅️Admission Open ✅️
12/04/2025

✅️Admission Open ✅️

Congratulations
11/04/2025

Congratulations

Result of HSLC 2025
11/04/2025

Result of HSLC 2025

🧮 Unlock your child's math potential with MY Abacus! Join our exciting abacus classes starting April 6, 2025, at Sankard...
04/04/2025

🧮 Unlock your child's math potential with MY Abacus! Join our exciting abacus classes starting April 6, 2025, at Sankardev Sishu Niketan, Bhawanipur. First 50 admissions get a special fee of ₹2450, including kits and books—monthly dues only ₹700! Boost mental agility and confidence—secure your spot today!

নমস্কাৰ গ্ৰহণ কৰিব।        আপোনাক/আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ভৱানীপুৰৰ এক অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেত...
23/11/2023

নমস্কাৰ গ্ৰহণ কৰিব।
আপোনাক/আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ভৱানীপুৰৰ এক অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন, ভৱানীপুৰে ইতিমধ্যে ২৫টা গৌৰৱ উজ্বল বৰ্ষ সম্পূৰ্ণ কৰিলে। গতিকে অনুষ্ঠানখনৰ এই বৰ্ণিল যাত্ৰাৰ স্মৃতি ৰোমন্থন কৰি নিকেতন পৰিয়ালক উৎসাহ - উদ্দীপনা যোগোৱাৰ বাবে ৰূপালী জয়ন্তী সামৰণী অনুষ্ঠান আয়োজন কৰা হৈছে।
২৪ আৰু ২৫ নৱেম্বৰ, ২০২৩ তাৰিখত অনুষ্ঠিতব্য এই অনুষ্ঠানত সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল।

06/11/2023

নিকেতনৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান উপলক্ষ্যে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা এখনি তথ্য চিত্ৰ নিৰ্মাণৰ প্ৰয়াস কৰা হৈছে। গতিকে সমূহ প্ৰাক্তন ছাত্ৰ - ছাত্ৰীৰ সহায়-সহযোগিতা আশা কৰা হ'ল। লগতে কোনোবাৰ ওচৰত‌ পুৰণি ফটো থাকিলে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সভাপতি তন্ময় তালুকদাৰৰ লগত যোগাযোগ কৰিলে হ'ল।

Scan the code to join alumni group
22/05/2023

Scan the code to join alumni group

Heartiest congratulations to Pijush Nath of our school for securing the seventh rank in HSLC results. Would also like to...
22/05/2023

Heartiest congratulations to Pijush Nath of our school for securing the seventh rank in HSLC results.

Would also like to congratulate our Acharyas, alumni and students on a day of celebration for which we waited fourteen long years!
Long live SSNB.

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান লাভ কৰা আমাৰ নিকেতনৰ ছাত্ৰ Pijush Nath ক অভিনন্দন!

লগতে বিদ্যালয়ৰ আচাৰ্য-আচাৰ্যা, প্ৰাপ্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষীলৈ এই আনন্দৰ দিনটোত শুভেচ্ছা জ্ঞাপন-- যি দিনটোৰ বাবে আমি ১৪ বছৰ অপেক্ষা কৰিব লগীয়া হ'ল।

19/06/2022

বানপীড়িত যিসকল লোকৰ ঘৰ পানীত ডুব গৈছে তেওঁলোকে আমাৰ নিকেতনত আশ্ৰয় লব পাৰে ।

Address

Bhawanipur, ;Bajali
Bhawanipur
781352

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 3pm

Alerts

Be the first to know and let us send you an email when Shankardev Shishu Niketon , Bhawanipur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Shankardev Shishu Niketon , Bhawanipur:

Shortcuts

Share