1514 Bhawanipur Nahati L.P. School

1514 Bhawanipur Nahati L.P. School ১৫১৪ নং ভৱানীপুৰ নহাটী প্ৰাথমিক বিদ্যালয় ।

28/02/2026

আপদীয়া ফাগুন !

13/02/2026
Warm up activities to fight cold in the morning.
07/01/2026

Warm up activities to fight cold in the morning.

জুইৰ উম লৈ শিক্ষক অভিভাৱক সভা ।
06/01/2026

জুইৰ উম লৈ শিক্ষক অভিভাৱক সভা ।

ভৱানীপুৰৰ জীয়াৰী আৰু বৰ্তমানে উত্তৰ আমেৰিকাৰ কানাডা দেশৰ নাগৰিক সন্মানীয় কুন্তলা ভট্টাচাৰ্য ডাঙৰীয়ানীয়ে তেখেতৰ জীয়ৰী অনু...
04/01/2026

ভৱানীপুৰৰ জীয়াৰী আৰু বৰ্তমানে উত্তৰ আমেৰিকাৰ কানাডা দেশৰ নাগৰিক সন্মানীয় কুন্তলা ভট্টাচাৰ্য ডাঙৰীয়ানীয়ে তেখেতৰ জীয়ৰী অনুভূতি ভট্টাচাৰ্যৰ জন্মদিন উপলক্ষে আমাৰ বিদ্যালয়ত “সম্প্ৰীতি ভোজন"ৰ আয়োজন কৰে ৷ লগতে তেখেতে আমাৰ ছাত্ৰছাত্ৰী সকললৈ উপহাৰো প্ৰদান কৰে ৷ আমি তেখেতৰ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিলো আৰু মৰমৰ অনুভূতিলৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ৷

Glimpses of Annual Sports Week 2025-26
13/12/2025

Glimpses of Annual Sports Week 2025-26

10/12/2025

বাৰ্ষিক খেল ধেমালি ২০২৫-২৬

আজি ভৱানীপুৰ মণ্ডল সমল কেন্দ্ৰত অনুষ্ঠিত Cluster Level TLM Exhibition cm Competitionত আমাৰ বিদ্যালয়ে Literacy (ভাষা) বি...
22/11/2025

আজি ভৱানীপুৰ মণ্ডল সমল কেন্দ্ৰত অনুষ্ঠিত Cluster Level TLM Exhibition cm Competitionত আমাৰ বিদ্যালয়ে Literacy (ভাষা) বিষয়ত প্ৰথম স্থান আৰু Numeracy (সংখ্যাজ্ঞান) বিষয়ত দ্বিতীয় স্থান লাভ কৰি খণ্ড পৰ্যায়ত ভৱানীপুৰ মণ্ডল সমল কেন্দ্ৰক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হয়।

Project works of Class iv. 2025-26.
11/10/2025

Project works of Class iv. 2025-26.

79th Independence Day 2025
15/08/2025

79th Independence Day 2025

নতুন শিক্ষাবৰ্ষৰ নামভৰ্ত্তি জাননী ৷
25/03/2025

নতুন শিক্ষাবৰ্ষৰ নামভৰ্ত্তি জাননী ৷

Address

Bhawanipur
781352

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 1:55pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 12pm

Telephone

+919706670680

Website

Alerts

Be the first to know and let us send you an email when 1514 Bhawanipur Nahati L.P. School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to 1514 Bhawanipur Nahati L.P. School:

Shortcuts

Share