PM SHRI 248 no Basugaon Town J.B.School

PM SHRI 248 no Basugaon Town J.B.School "বিদ্যা দদাতি বিনয়ং বিনয়াত যাতি পাত্ৰতাম ।
পাত্ৰতাৎ ধনং আপ্নোতি ধনাৎ ধৰ্মঃ ততঃ সুখম"

09/06/2026

যাদু কলহ টোৰ ভিতৰৰ যাদু 🤗

08/06/2026

গণনা ৰ ধাৰণা সিহতৰ নিজৰ idea re
কোনোৱে হাততে কৰি শিকিছে,কোনোৱে বহীত থৈ গণনা কৰিছে মুঠতে শুদ্ধ উত্তৰ পাইছে। আজিকালি আমি সকলো কাৰোবাক দেখি , Mobile ত চাই হে কৰো নিজৰ মগজুক যিমান জোৰ লগাম সিমান আমাৰ মগজু তীন্ক্ষ (Sharp)হব।
Students সকলৰ এই বয়সত গোটেই জীৱনৰ ৮৫% মগজুৰ বিকাশ হয়। গতিকে সিহতক নিজৰ মতে মগজু খতাবলৈ সুযোগ দিয়া উচিত।

Celebrating World Environment Day with our little eco-warriors! Through art, creativity, and awareness, our students lea...
05/06/2026

Celebrating World Environment Day with our little eco-warriors! Through art, creativity, and awareness, our students learned the importance of protecting nature and building a greener tomorrow. 🌍💚

🌿 বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ সৰু সৰু পৰিৱেশ যোদ্ধাসকলৰ সৈতে উদযাপন! 🎨🌍

চিত্ৰাঙ্কন, সৃজনশীলতা আৰু সচেতনতামূলক কাৰ্যসূচীৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতি সংৰক্ষণৰ গুৰুত্ব বুজিবলৈ শিকিলে আৰু এখন সেউজীয়া, সুন্দৰ ভৱিষ্যৎ গঢ়াৰ সংকল্প ল’লে। 💚🌱

New ideas .
05/04/2026

New ideas .

19/03/2026

👍🙏

Address

Basugaon Ward No 4
Basugaon
783372

Opening Hours

Monday 9am - 2:30pm
Tuesday 9am - 2:30pm
Wednesday 9am - 2:30pm
Thursday 9am - 2:30pm
Friday 9am - 2:30pm
Saturday 9am - 12:30pm

Website

Alerts

Be the first to know and let us send you an email when PM SHRI 248 no Basugaon Town J.B.School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category