06/06/2023
Ambedkar Academy, Barpeta
Stream: Arts & Commerce
06/06/2023
06/06/2023
H.S. Result, 2023
Dear Students, Congratulations to all of you...
26/05/2023
Admission going on...
26/05/2023
Block for Science
1st Floor
going on for the Academic session 2023-24
22/05/2023
Admission going on for H.S. 1st year Arts, Science and Commerce stream for the academic session 2023-24.
15/05/2023
আজিৰ বাতৰি কাকত...
13/05/2023
#আজি_আম্বেদকাৰ_একাডেমিত_মহাবিদ্যালয়_সপ্তাহ_উপলক্ষে_মুকলি_আৰু_বটা_বিতৰণী_সভা_অনুষ্ঠিত_হয়
কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১০:০০ বজাত বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে বৰপেটা জিলাৰ নিৰ্বাচন বিষয়া শ্ৰদ্ধাৰ শ্ৰী ময়ুৰক্ষী দত্ত। পৰৱৰ্তী কাৰ্য্যসূচী প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় ৰাতিপুৱা ১০:১৫ বজাত। ১০.৩০ বজাত মুকলি সভা আৰম্ভ হয়। আজিৰ সভাত সভাপতিত্ব কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত বিবেকাৰঞ্জন ৰায় চৌধুৰী দেৱে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ তৰ্ক আৰু দৰ্শন বিভাগৰ প্ৰৱক্তা মাননীয় শ্ৰী বনশ্ৰী কলিতা দাসে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ নিৰ্বাচন বিষয়া শ্ৰদ্ধাৰ মাননীয় শ্ৰী ময়ুৰক্ষী দত্ত। তেখেতে ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। আজিৰ সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে মধ্য কামৰূপ কলেজৰ অধ্যক্ষ মাননীয় শ্ৰীযুত ড০ গোপেশ কুমাৰ শৰ্মা দেৱ। ড০ শৰ্মা দেৱে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কি হোৱা উচিত সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। দুপৰীয়া ১২ বজাত বিভিন্ন প্ৰতিযোগিতাত বিজয়ী হোৱা ছাত্ৰ-ছাত্ৰী সকলক বটা প্ৰদান কৰা হয়। পৰৱৰ্তী কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় ১:০০ বজাৰ পৰা। সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সংগীত সম্পাদক উজ্জিৱীত বৰুৱাৰ লগতে আমাৰ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে। আবেলি ৫:০০ বজাত সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি পৰে।
09/05/2023
#মহাবিদ্যালয়_সপ্তাহ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাৰ কেইটিমান বিশেষ মূহুৰ্ত ...
-1
08/10/2022
Field study at Manas National Park & Bhutan Chowki from the Department of Geography...
19/09/2022
#সুৰজিৎ_ভূঞালৈ "সাহিত্য ৰত্ন ৰাষ্ট্ৰীয় বঁটা" ২০২২ প্ৰদানঃ
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাণিজ্যি শাখাৰ ছাত্ৰ সুৰজিৎ ভূঞালৈ NEBCUS ৰ দ্বাৰা আয়োজিত ৭তম্ বার্ষিক ভাৰতৰত্ন ড° ভূপেন হাজৰিকা নেচনেল এৱাৰ্ড ২০২২ "সাহিত্য ৰত্ন ৰাষ্ট্ৰীয় বঁটা" প্ৰদান কৰা হয়। বঁটাটি প্ৰদান কৰে ড° ভূপেন হাজৰিকা দেৱৰ পৰিয়ালৰ হৈ মনিষা হাজৰিকাই আৰু NEBCUS ৰ ফালৰ পৰা গগণাষ্টম গগৈ ডাঙৰীয়াৰ সহিতে বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলে ।
উল্লেখযোগ্য যে সৃষ্টিশীল সাহিত্য কৰ্মেৰে বিগত কিছু বছৰ ধৰি আম্বেদকাৰ একাডেমিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ তথা বৰপেটাৰ মেটুৱাকুছি নিবাসী শ্ৰী বনজিৎ ভূঞা আৰু শ্ৰী কৃষ্ণা ভূঞাৰ পুত্ৰ সুৰজিৎ ভূঞাই কবিতা, গল্প আৰু বিভিন্ন লিখনিৰে প্ৰকাশ কৰা প্ৰতিভাৰ স্ফুৰণ দেখা পোৱা গৈছিল । বিভিন্ন সাহিত্য সংস্কৃতিৰ প্ৰতিযোগিতা আদিতো তেওঁ অংশগ্ৰহণ কৰি ইতিপূৰ্বে বহু কেইটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। সুৰজিৎ ভূঞাক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Beki Expressত সম্প্ৰচাৰ...
আজাদী কা অমৃত মহোৎসৱ উৎযাপন
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Kumarhati (Old D. T. O. Office), P. O. & Dist. : Barpeta (Assam)/781301
Barpeta
781301