Harez Ali

Harez Ali Man Is mortal

18/11/2025

Happy birthday জুবিন গাৰ্গ

18/08/2021

😍😍

এনেকুৱা হাঁহিৰ কৌতুকৰ বাবে পেইজটো লাইক কৰক
07/04/2021

এনেকুৱা হাঁহিৰ কৌতুকৰ বাবে পেইজটো লাইক কৰক

12/10/2020

Har lamha hash ke jina hai

24/09/2019

এদিন গণিতৰ চাৰে শ্ৰেণীত সোমাই য়ে বৰ্ড‍‌ত লিখিব ধৰিলে-
৯×১=৭
৯×২=১৮
৯×৩=২৭
৯×৪=৩৬
৯×৫=৪৫
৯×৬=৫৪
৯×৭=৬৩
৯×৮=৭২
৯×৯=৮১
৯×১০=৯০
লেখা শেষ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীৰ ফালে চালে
: দেখিলে যে সকলোৱে মিচিকীয়াই হাঁহি আছে।
তেওঁ ক'লে- মই জানো তোমালোকে কিয় হাঁহিছা, মই নেওঁতাৰ প্ৰথম লাইনটো ভুল লিখিছো। মই প্ৰথম লাইন ভুল লিখিছোঁ তোমালোকক এটা গুৰুত্বপূৰ্ণ বিষয় শিকাবৰ বাবে।
ছাত্ৰ-ছাত্ৰী সকলে অবাক হৈ শুনিছিল। চাৰে ক'বলৈ আৰম্ভ কৰিলে---
চোৱা মই এই ৯টা লাইন ঠিকে লিখিছো, ইয়াৰ বাবদ তোমালোকে মোক প্ৰশংসা বা ধন‍্যবাদ এটাও দিয়া নাই। অথচ এটা লাইন ভুল লিখাৰ বাবে হাঁহিবলৈ ধৰিছা, সমালোচনা কৰিছা। এইটোৱেই পৃথিবীৰ নিয়ম, এইটোৱেই বাস্তৱতা। তুমি হাজাৰটা ভাল কাম কৰা কোনেও তোমাৰ প্ৰশংসা নকৰে, কিন্ত এটা সামান‍্য ভুল যদি কৰা, চাবা গোটেই পৃথিৱীয়ে নামি পৰিব তোমাক সমালোচনা কৰাবলৈ৷ গতিকে জীৱনৰ বাটত তুমি আন ৰ সমালোচনা সহ্য কৰিয়ে আগবাঢ়ি যাব লাগিব৷
copied....

02/08/2019

Motivation zindegi badal dega

14/06/2019

Address

Barpeta

Telephone

+919127236133

Website

Alerts

Be the first to know and let us send you an email when Harez Ali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Harez Ali:

Shortcuts

Share

Category