Good morning
Dakshin Godhuni Pu.MES
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dakshin Godhuni Pu.MES, Middle School, Dakshin Godhuni PO Chenimari Chenga, Barpeta.
Dakshin godhuni pubajyoti ME School
49 তম বাৰ্ষিক অধিৱেশন
আজি নতুনকৈ নিযুক্তি পত্ৰ পোৱা ছাৰ বাইদেউ সকলক মোৰ তৰফৰ পৰা আন্তৰিক #অভিনন্দন জনাইছো । লগতে যদি কোনো ছাৰ বাইদেউ ত নিযুক্তি লাভ কৰিছে মোৰ লগত যোগাযোগ কৰিব পাৰে । ফোন নম্বৰ 094356 10199 ধন্যবাদ ।
#দক্ষিণ_গোধুনী_পূৰ্ৱ_জ্যোতি_এম_ই_স্কুলত গণৰাজ্য দিৱস উৎযাপন কৰাৰ কিছু আলোক চিত্ৰ
অহা ১ ফেব্ৰুৱাৰী ২০২৫ ইংৰাজী তাৰিখ শনিবাৰ দিনা দক্ষিণ গোধুনী পূৰ্ব জ্যোতি এম ই স্কুলৰ ৪৮ তম বাৰ্ষিক অধিবেশন ও সাংস্কৃতিক অনুষ্ঠান । উক্ত অনুষ্ঠানত স্কুল পৰিচালনা সমিতিৰ পৰা আপোনালোকক আমন্ত্ৰণ জনাইছোঁ।
15/08/2024
On the occasion of 78th Independence Day, during hoisting the national flag at Dakshin Godhuni purba Jyoti ME school.
শিক্ষা হ'ল জাতিৰ মেৰুদণ্ড । গতিকে নিজৰ লৰা ছোৱালীক শিক্ষা দান দিওঁক ।
26/06/2024
Dakshin Godhuni Pu.ME School
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Dakshin Godhuni PO Chenimari Chenga
Barpeta
781305