22/03/2021
শ্ৰদ্ধাৰ ৰাইজ🙏 .. নতুন বৰ্ষৰ প্ৰীতি ও শুভেচ্ছাৰে..
অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত পৰিচালিত উৎকৰ্ষতা ভাৰতীয় সংস্কাৰ আৰু মূল্যবোধৰ অনন্য এক শিক্ষা প্ৰতিষ্ঠান ান_বেগ_মেমৰিয়েল_জাতীয়_বিদ্যালয়ৰ
২০২১ ইং শিক্ষাবৰ্ষৰ বাবে ংকুৰ শ্ৰেণীৰ পৰা মান শ্ৰেণীলৈ নাম ভৰ্ত্তিকৰণ প্ৰক্ৰিয়া চলি আছে |
আপোনাৰ সন্তানৰ সৰ্বাঙ্গীন বিকাশৰ বাবে আজিয়েই নামভৰ্ত্তি কৰক |
িশেষ_সুবিধা_সমূহ :-
👉অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান |
👉৯ মাহ বিনামূলীয়া কোচিং(নৱম শ্ৰেণীৰ বাবে)
👉শিক্ষামূলক ভ্ৰমণ |
👉সংগীত ও নৃত্য প্ৰশিক্ষণ |
👉শাৰীৰিক ব্যায়াম আৰু বিভিন্ন ধৰণৰ খেল ধেমালিৰ সু-ব্যবস্থা |
(বি:দ্ৰ:- নুন্যতম ভৰ্ত্তি আৰু মাহিলী মাচুল)