BLC Jatiya Vidyalaya, Chenimari

BLC Jatiya Vidyalaya, Chenimari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BLC Jatiya Vidyalaya, Chenimari, School, Vill-Chenimari Po-Langla Dist-Barpeta State-, Barpeta.

আমাৰ বিদ্যালয়ৰ নতুন ৰূপ
30/03/2026

আমাৰ বিদ্যালয়ৰ নতুন ৰূপ

প্ৰত্যেক বছৰেই আমাৰ বিদ্যালয়ত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ/ ছাত্ৰীক  সম্পূৰ্ণ বিনামূলীয়াকৈ ‌পাঠদান দিয়া হয়। এইবেলি আমাৰ...
27/03/2026

প্ৰত্যেক বছৰেই আমাৰ বিদ্যালয়ত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ/ ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ ‌পাঠদান দিয়া হয়। এইবেলি আমাৰ বিদ্যালয়ৰ ছাত্ৰী মফিদা‌ খাতুনে সৰ্বোচ্চ ৯৯.৩৩ শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে তাইক এইবেলি বিনামূলীয়াকৈ পাঠদান দিয়া হ'ব।

ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা যায় যে অইন অইন বছৰৰ দৰে এইবেলিও আমি বছৰেকীয়া পৰীক্ষাৰ ফলাফল অতি সোনকালেই ঘোষনা কৰিছোঁ। আৰ...
25/03/2026

ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা যায় যে অইন অইন বছৰৰ দৰে এইবেলিও আমি বছৰেকীয়া পৰীক্ষাৰ ফলাফল অতি সোনকালেই ঘোষনা কৰিছোঁ। আৰু আপোনালোকে শুনি সুখী হব যে এইবেলিও আমাৰ বিদ্যালয়ৰ ৫০ জনৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ৯০ শতাংশতকৈ বেছি নম্বৰ পাবলৈ সক্ষম হৈছে।


#স্কুল
#জাতীয়_বিদ্যালয়



#ফলাফল

বি এল ছি জাতীয় বিদ্যালয় চেনিমাৰীৰ পৰা গোৱালপাৰা সৈনিক স্কুললৈ শিক্ষামূলক ভ্ৰমণৰ কিছুমান আলোকচিত্ৰ।
06/02/2026

বি এল ছি জাতীয় বিদ্যালয় চেনিমাৰীৰ পৰা গোৱালপাৰা সৈনিক স্কুললৈ শিক্ষামূলক ভ্ৰমণৰ কিছুমান আলোকচিত্ৰ।













18/11/2025

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏...
18/11/2025

I've just reached 100 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

18/11/2025

১৪ নৱেম্বৰ শিশু দিৱস উপলক্ষে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ ভাষণ।

29/04/2024
Result declared
07/04/2024

Result declared

বি. এল. ছি.  জাতীয় বিদ্যালয়ৰ গৌৰৱ
05/04/2024

বি. এল. ছি. জাতীয় বিদ্যালয়ৰ গৌৰৱ

Address

Vill-Chenimari Po-Langla Dist-Barpeta State-
Barpeta
781319

Website

Alerts

Be the first to know and let us send you an email when BLC Jatiya Vidyalaya, Chenimari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category