Mandia H.S School

Mandia H.S School This school made some social workers of Mandia in 1956 and this page creat by Raju khan.

 #প্ৰাক্তন_ছাত্ৰ_ছাত্ৰী_সমাৰোহ অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে আজি প্রথম খন সভা অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত অধ্যয়ন কৰা ১৯৫...
19/01/2025

#প্ৰাক্তন_ছাত্ৰ_ছাত্ৰী_সমাৰোহ অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে আজি প্রথম খন সভা অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত অধ্যয়ন কৰা ১৯৫৬ চনৰ পৰা ২০২৪ ইং চনলৈ প্ৰতি গৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীক অহা ০২/০২/২০২৫ ইং তাৰিখ দেওবাৰৰ দিনা ৰাতিপুৱা ১১ বজাত দ্বিতীয় খন সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হল।
স্থান :- মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়

08/12/2023

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী

Ranoj Pegu

04/10/2023

ইয়াৰ দ্বাৰা মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক জনোৱা যায় যে, অহা ৬/১০/২০২৩ ইং শুক্ৰবাৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ কমিটি গঠনাৰ্থে এখন সাধাৰণ সভাৰ আয়োজন কৰা হৈছিল। উক্ত সভাখনৰ দিন বাৰ সম্পূৰ্কে চোছিয়াল মেডিয়াত ব্যাপক প্ৰচাৰ হোৱাত একাংশ সচেতন ব্যাক্তি আৰু চাকৰিয়াল ব্যাক্তিৰ মন্তব্য অধ্যক্ষৰ দৃষ্টিগোচৰ হোৱাত ৬/১০/২৩ ইং তাৰিখৰ সভাখনৰ পৰিৱৰ্তে অহা ৮/১০/২৩ ইং তাৰিখ ৰবিবাৰ পুৱা ১০-৩০ বজাত মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
গতিকে উক্ত সভাত সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অহা ৮/১০/২৩ ইং তাৰিখ ৰবিবাৰ পুৱা ১০-৩০ বজাত আপোনাৰ/আপোনালোকৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিলোঁ।
ধন্যবাদেৰে
অধ্যক্ষ
মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়।

COVID-19 may be new, but the COVID-19 vaccines are built on trusted work that goes back decades.  COVID-19 vaccines are ...
17/06/2021

COVID-19 may be new, but the COVID-19 vaccines are built on trusted work that goes back decades.

COVID-19 vaccines are safe and effective. Get vaccinated as soon as you can.

31/05/2021

The World Health Organization (WHO) designates 31st May of each year as the World No To***co Day. The theme for 2021 is “Commit to Quit”.

On this occasion of World No To***co Day-2021, make fervent appeal of pledged that we shall Never smoke and consume any type of To***co Product in our life and We shall keep the area To***co free.

SAY NO TO TO***CO!
YES TO LIFE!

Wishing you all a very happy NationalEducationDay!
11/11/2020

Wishing you all a very happy NationalEducationDay!

15/08/2020

Today is a day to feel proud about being a part of this great nation. May this spirit of freedom leads us all to success and glory in life. Happy 74th Independence Day to all! 🇮🇳🇮🇳🇮🇳

View from outside
28/07/2020

View from outside

01/05/2020
09/02/2020

19/10/2019

need admin from current batch (student)

Address

Mandia
Barpeta
781308

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 3pm

Website

Alerts

Be the first to know and let us send you an email when Mandia H.S School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category