Afjalur Hoque Dewan

Afjalur Hoque Dewan Education, Awareness, Social Responsibility, learning & understanding A Teacher by Nature

12/08/2026

Last Year Independence Day Celebration

31/07/2026

কেন্দ্ৰ‌ই 1 টকাও বলে দিয়া নাই অসমৰ বানপীড়িত সকলৰ বাবে কিন্তু অসমৰ সম্পদ ঠিকেই লৈ আছে, আদানীৰ বৰঙনিত কিবা গোন্ধ পোৱা গৈ আছে

31/07/2026

আদানীয়ে দিয়া বৰঙণিৰ বিনিময়ত তেখেতক নিশ্চিয় তাতকৈ লাভৰ‌ ৰাস্তা খুলি দিয়া হৈছে, এই বৰঙণি নিশ্চিত ভাবেই পৰিকল্পিত

22/07/2026

ইছমাইল হোছেইন একজন অপদাৰ্থ তাই নিজের সাথে সাথে পুরো জাতিকে নিয়ে ডুবতে চায়

22/07/2026

The BJP is seen by its critics as being politically strong due to religious polarization, and they argue that, as a result, the government often chooses to deal with public protests through strict control rather than giving serious consideration to the protesters' demands. They believe that the government is confident its core supporters will continue to vote for it during elections, which, in their view, reduces the political impact of mass movements. In a democracy, however, every government has a responsibility to listen to peaceful protests and remain accountable to the people.

19/07/2026

গোবৰ আৰু গো মূত্ৰ লৈ ব্যস্ত থকা সকলে যদি জ্ঞান আৰু শিক্ষা লৈ ব্যস্ত থাকিল হেতেন তেনেহলে Sonam Wangchuk বুজিব পাৰিল হেতেন

মাতৃভাষা কি লিখিব?  #অসম  #লোকপিয়ল
17/07/2026

মাতৃভাষা কি লিখিব? #অসম #লোকপিয়ল

14/07/2026

আগত মানুহে ৰখীয়া হোৱা কাম কৰিছিল আজি কালি দালালী - গোলামী কৰা টো তাৰ Modern form

13/07/2026

গুৱাহাটীৰ মহানগৰীৰ গাতে লাগি থকা পানী বৈ নিব পৰা মহাবাহু ব্ৰহ্মপুত্ৰ তাৰ পিচতো কৃত্ৰিম বানক লৈ ইমান নাটক কিয়?

ইছমাইল হোছেইন ডাঙৰীয়াৰ বংশৰ সকলোৱেই শুদ্ধকৈ অসমীয়া ভাষা জানে নে?
13/07/2026

ইছমাইল হোছেইন ডাঙৰীয়াৰ বংশৰ সকলোৱেই শুদ্ধকৈ অসমীয়া ভাষা জানে নে?

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when Afjalur Hoque Dewan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share