Kadong High School

Kadong High School We have completed 50 Educational years KADONG HIGH SCHOOL was established in 1958. They used to collect financial helps from people as there were no govt aid.

Since then through many difficulties and crisis some alert social workers (of then) lead to run the school. The school was not possible to set up without their hard labour and co-operations. Now it has become a famous and historic school in Barpeta District. We are ever grateful to those leaders who started this school (KHS) giving their full efforts.

Happy teachers' Day! We thank you today and every day!
05/09/2023

Happy teachers' Day! We thank you today and every day!

Happy Teacher's Day
05/09/2022

Happy Teacher's Day

সুন্দৰ দিনৰ ফুলৰ পৰিমল অতি মনোৰম ।
25/01/2022

সুন্দৰ দিনৰ ফুলৰ পৰিমল অতি মনোৰম ।

04/12/2021

ৰিঙিয়াই আজিও মাতে
মইও যোৱা নাই ঘাটে ।
স্মৃতিৰ পটত অতীতে হাঁহে
এৰি অহা দিনৰ দিনলিপিয়ে মাতে |
কলিজাৰ মঙহ টুকুৰা কিয় জানো নাচে
কিবা এৰি আহিছো মনত জাগে |
সেই খনেই আছিল জীৱনৰ আধাৰ
জীৱনৰ সোনালী সোপান সুখ দুখৰ |
দুৰু দুৰু কপে হৃদয়ৰ বীণখনি
অবুজ সাথঁৰ মুল্যবোধৰ কৰুণ বিননি |
পোৱা নোপোৱা অপ্ৰতিৰুদ্ধ সাধনা
কাদং হাইস্কুল দীৰ্ঘস্থায়ী হওঁক কৰিছো কামনা |

27/09/2021

বিদ্যয়াঃ জ্ঞানম্‌ অশ্নুতে ।

কাদং হাইস্কুলৰ অতীত কেইটামান মুহুৰ্ত
23/09/2021

কাদং হাইস্কুলৰ অতীত কেইটামান মুহুৰ্ত

Flag Hosting on 75th Independence DayHappy Independence day
15/08/2021

Flag Hosting on 75th Independence Day
Happy Independence day

কাদং হাইস্কুলৰ সেই মনোৰম দৃশ্য ।সময়বোৰ এতিয়া ভাগৰি পৰিছে  থকাৰণ তাত যেন জীৱন্ত ৰূপ হেৰাইছে ।
08/08/2021

কাদং হাইস্কুলৰ সেই মনোৰম দৃশ্য ।সময়বোৰ এতিয়া ভাগৰি পৰিছে থকাৰণ তাত যেন জীৱন্ত ৰূপ হেৰাইছে ।

সময়ে সোৱৰাই দিয়ে ষ্মৃতি
24/12/2020

সময়ে সোৱৰাই দিয়ে ষ্মৃতি

২০১৯চনৰ৫ ডিচেম্বৰৰ দিনাখন ৰাতিপ্ৰায় ৬-৩০ বজাত চৰ্টচাৰ্কিটৰ ফলত নিশেষ হোৱা কাদংহাইস্কুলৰ ভগ্নাৱশেষৰ মাজত স্কুল লাইব্ৰেৰীৰ...
08/12/2020

২০১৯চনৰ৫ ডিচেম্বৰৰ দিনাখন ৰাতিপ্ৰায় ৬-৩০ বজাত চৰ্টচাৰ্কিটৰ ফলত নিশেষ হোৱা কাদংহাইস্কুলৰ ভগ্নাৱশেষৰ মাজত স্কুল লাইব্ৰেৰীৰ এটুকুৰা হিৰা পিছদিনাখন দৃষ্টিগোচৰ হোৱাত মোৱাইলত আবদ্ধ কৰিছিলো ।পাঠক সকলে পঢ়িব নিশ্চয় ।

We are Missing you Sir।
20/11/2020

We are Missing you Sir।

GooD Morning to all.
05/08/2020

GooD Morning to all.

Address

Kadong High School, Kadong
Barpeta
781314

Website

Alerts

Be the first to know and let us send you an email when Kadong High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category