Bapujee College

Bapujee College

Share

It is about 100 km. west of Guwahati and 30 km. east of Barpeta Town. The nearest railway stations to Sarthabari are Tihu, Pathsala and Nalbari. Nalbari is 26 km.

Bapujee College came into existence as a result of the untiring effort of a few far-sighted and conscious persons of the greater Sarukshetri and Paka Mouja of Barpeta District of Assam. Bapujee College came into existence as a result of the untiring effort of a few far-sighted and conscious persons of the greater Sarukshetri and Paka Mouza of Barpeta District of Assam. These founding fathers reali

26/01/2024

বৰপেটা জিলা প্ৰশাষনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা গনৰাজ্য দিবস উপলক্ষে সৰ্থেবাৰী স্থিত বাপুজী মহাবিদ্যালয়,সৰুক্ষেত্ৰীৰ পৰা ২১ জনীয়া NCC কেডেতৰ এটা দ’লে বৰপেটাত আয়োজন কৰা পেৰেড প্ৰতিযোগিতাত বাপুজী মহাবিদ্যালয়ৰ NCC কেডেত সকলেও পোন প্ৰথম বাৰৰ বাবে যথেষ্ঠ কষ্ট ত্যাগ কৰি এই প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছিল৷এই প্ৰতিযোগিতাত কষ্টৰ ফল হিচাপে তৃতীয় স্থান পাৱলৈ সক্ষম হৈছিল৷উক্ত পুৰস্কাৰটো বৰপেটা জিলাৰ আয়ুক্ত মহোদয় আয়ুষ গৰ্গ,বৰপেটা জিলাৰ আৰক্ষী অধিক্ষক অমিতাভ সিনহাৰ উপস্থিতিত তথা বাপুজী মহাবিদ্যালয় সৰুক্ষেত্ৰীৰ অধ্যক্ষ ড° ৰমেশ দাস আৰু বাপুজী মহাবিদ্যালয়ৰ NCC কেডেত সকলৰ কামানডেন ববিতা ভূঞাৰ উপস্থিতিত তৃতীয় স্থান হিচাপে এটা ট্ৰফিটো আগবঢ়াই৷

এই পুৰস্কাৰে মহাবিদ্যালয়ৰ লগতে বৃহত্তৰ সৰ্থেবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে

Photos from Bapujee College's post 15/09/2023

Some glimpses of the Freshman Social programme at Bapujee College, Sarukshetri.
Po - sarthebari

06/06/2023

HS 2023

01/06/2023
12/11/2022

:: জাননী ::
দিনাংক:- ১২ নৱেম্বৰ ২০২২

ইয়াৰ দ্বাৰা বাপুজী মহাবিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্রীকে জনোৱা যায় যে অহা ১৮, ১৯ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া বাপুজী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ দ্বিতীয় দিনটো বিশেষ ভাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উচ্ছৰ্গা কৰা হৈছে বুলি উদযাপন সমিতিয়ে জনাইছে । সেয়েহে সিদিনা দিনটোৰ প্ৰায়ভাগ কাৰ্যসূচীতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে । বিশেষকৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান পৰিবেশনৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে । গতিকে যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ১৯ নৱেম্বৰৰ সাংস্কৃতিক সন্ধিয়াত নৃত্য, গীত বা অন্যান্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশ কৰিব বিচাৰে তেখেত সকলক অহা ১৫ নৱেম্বৰৰ ভিতৰত নিম্নোক্ত ব্যক্তি সকলৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল । উল্লেখ থাকে যে অনুষ্ঠান পৰিবেশনৰ ক্ষেত্ৰত সাংস্কৃতিক উপ সমিতিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ।

যোগাযোগ কৰিব লগা ব্যক্তিৰ নাম ::
১) নৱজিৎ তামুলী : 9854930807
২) সঞ্জয় বৰ্মন : 9864584995
৩) হিৰামনি ডেকা: 9101112109
ইতি -
শ্ৰদ্ধাৰে -
গুণজিৎ চৌধুৰী
সম্পাদক, প্ৰাক্তন ছাত্ৰ সন্মিলনী,
বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী

08/11/2022

কলেজ কেম্পাছতে হব অনুষ্ঠান। বহুত ঠাই উলিওৱা হৈছে।

31/10/2022

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হল।

27/06/2022

১১ জনে পৰীক্ষা দিছিল৷
১ জনে ১ম বিভাগ ( ৰাজনীতি বিজ্ঞান 85%)
২ জনে ২য় বিভাগ
৪ জনে ৩য় বিভাগ
মুঠ ৭জনে পাছ কৰিলে

11/06/2022

সোনকালে যোগাযোগ কৰক।

Photos from Bapujee College's post 10/06/2022

আজি শিংৰাৰ ওচৰত যশোদাৰ পাম হাইস্কুলত বাপুজী মহাবিদ্যালয়ৰ দ্বাৰা এটা ব্যতিক্রমী কাৰ্য্যসূচী পালন কৰা হয়। ছাত্ৰ ছাত্ৰী সকল বহুত স্বতস্ফুর্তভাবে ওলাই আহিছিল। পৰীক্ষাৰ ফলাফলো ভাল। মহাবিদ্যালয়ৰ পালিত স্কুল হিচাবে ভাল সম্ভাৱনা দেখা যায়।

Photos from Bapujee College's post 10/06/2022

চিনাদী হাইস্কুল । সজাগতা সভা এখন পতা হল আৰু HSLC পাছ কৰা ছাত্ৰ ছাত্ৰী সকলক সম্বোৰ্ধনা জনোৱা হল।

Want your school to be the top-listed School/college in Barpeta?

Click here to claim your Sponsored Listing.

Location

Address


Bapuji College, Sarukshetri
Barpeta
781307