Langla Higher Secondary School.

Langla Higher Secondary School. Vill+P.O: Langla
Dist: Barpeta
Assam
PIN: 781319

Celebrating World Environment Day at Langla Higher Secondary School through awareness, learning, and inspiration for a g...
05/06/2026

Celebrating World Environment Day at Langla Higher Secondary School through awareness, learning, and inspiration for a greener future.
Together, let us protect nature and build a cleaner Earth for generations to come.

DC Barpeta

04/06/2026
২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৭% আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ ফলাফল অর্জন কৰাৰ বাব...
03/06/2026

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৭% আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ ফলাফল অর্জন কৰাৰ বাবে বৰপেটা জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আয়োজিত এক গৌৰৱময় অনুষ্ঠানত সন্মান লাভ কৰি মই অত্যন্ত আনন্দিত, গৌৰৱান্বিত আৰু কৃতজ্ঞ অনুভৱ কৰিছোঁ।
এই স্বীকৃতি কেৱল মোৰ ব্যক্তিগত সাফল্য নহয়; ই আমাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ একান্ত নিষ্ঠা, ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু অভিভাৱকসকল তথা বিদ্যালয় পৰিচালনা সমিতিৰ অবিৰত সহযোগিতা আৰু উৎসাহৰ এক সামূহিক ফল।
এই সন্মানে মোক আগন্তুক দিনত অধিক দায়িত্বশীলভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। শিক্ষা আৰু সমাজৰ কল্যাণৰ ক্ষেত্ৰত আগলৈও নিষ্ঠাৰে কাম কৰি যাবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ।
এই মৰ্যাদাপূৰ্ণ সন্মানৰ বাবে আয়োজক সমিতি, শিক্ষক, অভিভাৱক, শুভাকাংক্ষী আৰু সংশ্লিষ্ট সকলো ব্যক্তিলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতা আগলৈও এনেদৰেই লাভ কৰি থাকিম বুলি আন্তৰিকভাৱে আশা ৰাখিলোঁ। ধন্যবাদেৰে
অধ্যক্ষ,
লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়।

ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন । লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহঃ শিক্ষক আলহাজ ফজলুল হক ছাৰ আজি ...
02/05/2026

ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন ।
লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহঃ শিক্ষক আলহাজ ফজলুল হক ছাৰ আজি ৰাতি ৯.৩৫ বজাত ইহ সংসাৰৰ পৰা চিৰবিদায় লয়। তেখেতৰ জানাজা‌ নামাজৰ সময় (ৰবিবাৰ) ৰাতিপুৱা ৯.৩০ বজাত লাংলা ঈদগাহ ময়দানত অনুষ্ঠিত হ'ব।

📌আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফল! 🎓লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়      DC Barpeta Ranoj Pegu Himanta Biswa Sarma
28/04/2026

📌আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফল! 🎓
লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়


DC Barpeta
Ranoj Pegu
Himanta Biswa Sarma

14/04/2026

Happy Bihu

আজিৰ দিনটো আমাৰ বিদ্যালয়ৰ বাবে আনন্দ-দুখ মিহলি এটা বিশেষ দিন।আমাৰ বিদ্যালয়ৰ Vocational Teacher (IT/Ites) আব্দুৰ ৰহিম ছ...
13/04/2026

আজিৰ দিনটো আমাৰ বিদ্যালয়ৰ বাবে আনন্দ-দুখ মিহলি এটা বিশেষ দিন।
আমাৰ বিদ্যালয়ৰ Vocational Teacher (IT/Ites) আব্দুৰ ৰহিম ছাৰ Block MIS executive হিচাপে নৱ-নিযুক্তি লাভ কৰি নতুন কর্মজীৱন আৰম্ভ কৰিবলৈ বিদ্যালয়ৰ পৰা বিদায় ল'ব লগা হ'ল।

এই উপলক্ষ্যে অধ্যক্ষ, উপাধ্যক্ষ, সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে তেখেতক আন্তৰিক বিদায় সম্ভাষণ জনাই শুভকামনাৰে সম্বৰ্ধিত কৰিলে।

বিদ্যালয় পৰিয়ালে তেখেতৰ নতুন কৰ্মজীৱনৰ সুগম পথ, সাফল্য আৰু সমৃদ্ধ ভবিষ্যতৰ বাবে অভিনন্দন জনালে।
তেখেতৰ অধ্যৱসায়, শিষ্ঠাচাৰ আৰু শিক্ষাদানৰ আদৰ্শ আগলৈও সকলোৱে স্মৰণ কৰি ৰাখিব।

আমাৰ আন্তৰিক শুভেচ্ছা—
নতুন যাত্ৰাত সকলো সাফল্য তেখেতৰ সঙ্গী হওক।”

ADMISSION OPEN Enroll Now!Admissions open for the new academic session.Apply through DARPAN Portal
12/04/2026

ADMISSION OPEN
Enroll Now!
Admissions open for the new academic session.
Apply through DARPAN Portal

Address

Langla
Barpeta
781319

Opening Hours

Monday 8:45am - 3:25pm
Tuesday 8:45am - 3:25pm
Wednesday 8:45am - 3:25pm
Thursday 8:45am - 3:25pm
Friday 8:45am - 3:25pm
Saturday 8:45am - 12:30pm

Telephone

+919101090762

Website

Alerts

Be the first to know and let us send you an email when Langla Higher Secondary School. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category