Kalgachia Public Senior Secondary School

Kalgachia Public Senior Secondary School One of the Prominent Educational Institution in Kalgachia!

ADMISSION OPEN         HS FIRST YEAR (2026–27) Admissions are now open for HS First Year in both:                   🔹 Ar...
26/06/2026

ADMISSION OPEN
HS FIRST YEAR (2026–27)

Admissions are now open for HS First Year in both:
🔹 Arts
🔹 Science

Special Opportunity for Compartmental Students!

Why Choose Us?
- Experienced & Dedicated Faculty
- Quality Education with Personal Attention
- Excellent Learning Environment
- Regular Tests & Career Guidance
- Focus on Academic Excellence

Your Future Starts Here!
Secure your admission today and take the first step towards a brighter tomorrow.

Principal
Kalgachia Public Senior Secondary School,Kalgachia

বিষ্ণু ৰাভা দিৱস উদযাপন সফলভাৱে সম্পন্ন ----------------------------------------------------------------আজি জ্যোতি-বিষ্ণ...
20/06/2026

বিষ্ণু ৰাভা দিৱস উদযাপন সফলভাৱে সম্পন্ন
----------------------------------------------------------------
আজি জ্যোতি-বিষ্ণু নজৰুল সংঘৰ উদ্যোগত আৰু কলগাছিয়া পাব্লিক চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে নতুন সাহিত্য পৰিষদ, কলগাছিয়া শাখাৰ সহযোগত আয়োজিত ৫৮ সংখ্যক বিষ্ণু ৰাভা দিৱস সফলভাৱে সম্পন্ন হয়।

অনুষ্ঠানত কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত “বৃহত্তৰ অসমীয়া জাতি গঠনত বিষ্ণু প্ৰসাদ ৰাভাৰ ভূমিকা” বিষয়ত বিশিষ্ট বক্তাসকলে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

অনুষ্ঠান সফল কৰি তোলাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগী, অতিথি, শিক্ষক-শিক্ষয়িত্ৰী, শুভাকাঙ্ক্ষী আৰু উপস্থিত ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শ, সংস্কৃতি আৰু চিন্তাধাৰাই আমাৰ সমাজক সদায় আলোকিত কৰি ৰাখক।

👇বিষ্ণু ৰাভা দিৱস উদযাপন 👇অসমৰ সংস্কৃতি, সাহিত্য, সংগীত, নাট্য আৰু সমাজ সচেতনতাৰ অনন্য সাধক, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ...
17/06/2026

👇বিষ্ণু ৰাভা দিৱস উদযাপন 👇

অসমৰ সংস্কৃতি, সাহিত্য, সংগীত, নাট্য আৰু সমাজ সচেতনতাৰ অনন্য সাধক, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত আয়োজন কৰা বিষ্ণু ৰাভা দিৱস উদযাপন অনুষ্ঠানলৈ সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ।

বিষ্ণু ৰাভা কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল অসমৰ জাতীয় চেতনাৰ এক উজ্জ্বল প্ৰতীক। তেওঁৰ শিল্প, সাহিত্য, সংগীত আৰু সমাজসেৱাৰ আদৰ্শ আজিও আমাৰ বাবে প্ৰেৰণাৰ উৎস।

অনুষ্ঠানৰ জৰিয়তে কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতা, আলোচনা চক্ৰ আদি বিভিন্ন কাৰ্যসূচীৰে কলাগুৰুৰ জীৱন, দৰ্শন আৰু অৱদান স্মৰণ কৰা হ'ব।

Today, the students and staff of Kalgachia Public Senior Secondary School proudly observed World Environment Day with gr...
05/06/2026

Today, the students and staff of Kalgachia Public Senior Secondary School proudly observed World Environment Day with great enthusiasm and commitment towards protecting our planet.

Through awareness activities, discussions, and environmental initiatives, our young learners reaffirmed their responsibility to create a cleaner, greener, and more sustainable future.
Every tree planted, every resource conserved, and every positive action taken today contributes to a healthier tomorrow.

Let us all join hands to protect nature and preserve the beauty of our Earth for future generations.

✨ ঈদ-উল-আযহাৰ আন্তৰিক শুভেচ্ছা ✨KALGACHIA PUBLIC SENIOR SECONDARY SCHOOL ৰ পৰিয়ালৰ পক্ষৰ পৰা সকলো লৈকে পবিত্ৰ ঈদ-উল-আযহা...
27/05/2026

✨ ঈদ-উল-আযহাৰ আন্তৰিক শুভেচ্ছা ✨

KALGACHIA PUBLIC SENIOR SECONDARY SCHOOL ৰ পৰিয়ালৰ পক্ষৰ পৰা সকলো লৈকে পবিত্ৰ ঈদ-উল-আযহাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
ত্যাগ, সহানুভূতি, ভ্ৰাতৃত্ববোধ আৰু মানৱতাৰ মহান বাৰ্তা লৈ অহা এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনত শান্তি, সুখ, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক।
আহক, আমি সকলোৱে মিলি প্ৰেম, সম্প্ৰীতি আৰু একতাৰ বন্ধন অধিক শক্তিশালী কৰি তুলি এখন সুন্দৰ সমাজ গঢ়ি তোলোঁ।

🌟 Eid Mubarak to all! 🌟

NOTICE👇
25/05/2026

NOTICE👇

25/05/2026

👉NOTICE👈
Dear Students and Parents,
This is to inform you that the school will
remain closed on account of Eid-ul-Adha
and Mohadev Tithi from 26th May 2026
to 1st June 2026.
Classes will resume as usual from
2nd June 2026.
We wish all students and parents a happy
and peaceful Eid-ul-Adha.

Principal
Kalgachia Public Senior Secondary School

23/05/2026

📌 Kalgachia Public Senior Secondary

23/05/2026

Special Test at Kalgachia Public Senior Secondary School

Our School successfully conducted a Special Class Test for our students with great discipline and enthusiasm.The purpose...
22/05/2026

Our School successfully conducted a Special Class Test for our students with great discipline and enthusiasm.
The purpose of this test was to evaluate students’ learning progress, strengthen their preparation, and encourage academic excellence.
👇👇👇👇👇👇👇👇👇👇👇👇👇

Address

Near HP Petrol Pump,Kalgachia
Barpeta
781319

Website

Alerts

Be the first to know and let us send you an email when Kalgachia Public Senior Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category