Ensino Academy, Barpeta

Ensino Academy, Barpeta An English Medium School
Class: Nursery to VIII

25/10/2025

#মায়াবিনী...

ঠাৰ্চিকা দাসলৈ আন্তৰিক অভিনন্দন জনাইছোঁ       উৰিষ্যাৰ পুৰী মহানগৰীত অনুষ্ঠিত ইণ্ডিয়ান থিয়েটাৰ অলিম্পিয়াডৰ ৩৩ সংখ্যক আন...
12/09/2025

ঠাৰ্চিকা দাসলৈ আন্তৰিক অভিনন্দন জনাইছোঁ
উৰিষ্যাৰ পুৰী মহানগৰীত অনুষ্ঠিত ইণ্ডিয়ান থিয়েটাৰ অলিম্পিয়াডৰ ৩৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ড্রামা ডেন্স আৰু মিউজিক ফেষ্টিভেলৰ বিগত ৬-৯ চেপ্তেম্বৰত আয়োজিত এক আকর্ষণীয় অনুষ্ঠানত আমাৰ এনছিনো একাডেমীৰ ইউ কে জি UKG) শ্রেণীত অধ্যয়নৰত ছাত্ৰী ঠাৰ্চিকা দাসে এক সন্মানজনক এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে।

06/09/2025

15/08/2025
  World Environment Day at our School...
05/06/2025

World Environment Day at our School...

Admission is going on...
29/03/2025

Admission is going on...

Happy Republic Day...
26/01/2025

Happy Republic Day...

  (Class- LKG)       আজি খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মাঘৰ পদুলিত ভোগালীৰ উৰুকাত আয়োজন কৰা পৰম্...
13/01/2025

(Class- LKG)
আজি খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মাঘৰ পদুলিত ভোগালীৰ উৰুকাত আয়োজন কৰা পৰম্পৰাগত অসমীয়া সাজপাৰ প্ৰতিযোগিতাত আমাৰ একাডেমীৰ ছাত্ৰী ঠাৰচিকা দাসে ২য় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। ঠাৰচিকা দাসক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

Address

Barpeta

Telephone

+918638558645

Website

Alerts

Be the first to know and let us send you an email when Ensino Academy, Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Ensino Academy, Barpeta:

Shortcuts

Share

Category