26/08/2024
All Exam Preparation Group
All information related different entrance exam like board,entrance exam,job,results,admitcard will be provide.Question -answer will be uploaded daily.
26/08/2024
08/07/2024
কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষিত বনাঞ্চললৈ পৰিণত হৈছিল ?
ক) ২০০৬
খ) ২০০৭
গ) ২০০৮
ঘ) ২০০৯
Who was the Founder of Chutiya Kingdom?
চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ?
ক) বীৰ পাল
খ) জয় পাল
গ) ৰত্নপাল
ঘ) ওপৰৰ এজনো নহয়
কোনজন ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল ?
ক) ভাস্কৰ বৰ্মন
খ) মহেন্দ্ৰ বর্মন
গ) বালাবৰ্মন
ঘ) ওপৰৰ এজনো নহয়
Who was the Author of Si yu ki ?
ছি ইউ কিৰ লেখক কোন ?
A. আলেকজেণ্ডাৰ
B. হিউৱেন চাং
C.ফাহিয়ান
D. ওপৰৰ এজনো নহয় ।
When did Assam get its Statehood ?
A. 26 Jan 1950
B. 15 August 1950
C. 15 August 1947
D. 26 Nov 1949
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Telephone
Address
Barpeta
781308