Kadong High School

Kadong High School Kadong high school,kadong.barpeta district(Assam). but now its situated at mohammadpur.because the old school had broked by Beki river.

19/10/2018

বেয়া ভাষা ব্যৱহাৰ কৰি নিজৰ নামৰ আগত কলংক লগোৱাতকৈ মোলৈ আহ্বান জনালে বা পৰামৰ্শ দিলে হয়তো কেতিয়াবাই মই Delete কৰি দিলো হয়।
যিকি নহওক সকলোৰে গঠনমূলক দিহা পৰামৰ্শ তথা সমালোচনা নহলেও সকলোৰে এই সমালোচনাকে সহাৰি জনাই Delete process চলাই আছো।সকলোলৈ আহ্বান থাকিল পৰৱৰ্তী সময়ত বেয়া ভাষা ব্যৱহাৰ কৰি নিজৰ নামত দাগ নবহাব। হয়তো মোৰো ভূল হব পাৰে সেয়া লৈও যাতে কোনেও বিতৰ্ক নানে সকলোলৈ আহ্বান থাকিল।

19/10/2018

বৰ্তমানৰ কাদং হাইস্কুল আগৰ স্কুল হৈ থকা নাই।

19/09/2018

জীৱন পথৰ বাধা

বহু বছৰৰ আগতে এজন ৰজাই তেওঁৰ পাত্ৰ-মন্ত্ৰীৰ সৈতে ৰাজ্য ভ্ৰমণ কৰিবলৈ গৈছিল৷ তেওঁ বহুদূৰ ভ্ৰমণ কৰাৰ পিছত এঠাইত দেখিলে যে ডাঙৰ শিল এটাই পথ এটা বন্ধ কৰি ৰাখিছে৷ কিন্তু তেওঁ মন কৰিলে কোনোৱেই পথটোৰ পৰা শিলটো আঁতৰোৱা নাই আৰু সকলোৱে তাৰ ওপৰেৰে পাৰ হৈ গৈছে৷ আনকি তেওঁৰ লগত যোৱা নিজৰ মন্ত্ৰী আৰু পাৰিষদবৰ্গইও তেনেদৰেই পাৰ হৈ সিপাৰলৈ গৈছে৷

তেওঁ মন্ত্ৰী আৰু পাৰিষদবৰ্গক এই বিষয়ে সোধাত তেওঁলোকে ৰজাক প্ৰতিয়ন নিয়াবলৈ চেষ্টা কৰিলে যে, কোনোৱেই এই ডাঙৰ শিলটো ইয়াৰ পৰা আঁতৰাব নোৱাৰে আৰু ইয়াক আঁতৰোৱা কেতিয়াও সম্ভৱ নহয়৷

কেইদিনমানৰ পিছত এজন কৃষকে অকলে শাক-পাচলিৰ এখন ডাঙৰ ভাৰ লৈ সেইফালেদি যাব লগা হৈছিল৷ তেওঁ দেখা পালে যে শিলটো আঁতৰ নকৰাকৈ তেওঁ শাক-পাচলিৰ ভাৰখন সিপাৰলৈ নিব নোৱাৰে৷ সেয়ে তেওঁ পাচলিৰ ভাৰখন মাটিত থ’লে আৰু শিলটো আঁতৰাবলৈ অপ্ৰাণ চেষ্টা কৰিলে৷ বহু সময়ৰ চেষ্টাৰ পিছত তেওঁ শিলটো পথটোৰ পৰা আঁতৰাবলৈ সক্ষম হ’ল৷ শিলটো আঁতৰাই তেওঁ পুনৰ শাক-পাচলিৰ ভাৰখন তুলি উঠাবলৈ ধৰোঁতেই দেখা পালে যে শিলটো থকা ঠাইতে এটা সৰু পইচাৰ বেগ মাটিত পৰি আছে৷

পইচাৰ বেগটোত বহুত সোণৰ মুদ্ৰাৰ লগতে এখন চিঠিও তেওঁ দেখা পালে৷ চিঠিখন মেলি তেওঁ দেখিলে ৰজাই তাত লিখি থৈছে “এই সোণৰ মুদ্ৰাখিনি সেইজন ব্যক্তিয়েই লাভ কৰিব যি ইয়াৰ পৰা শিলটো আঁতৰাব পাৰিব৷” সেই কৃষকজনে আন বহুতে অনুভৱ কৰিব নোৱাৰা এক সৰ্বোত্তম শিক্ষা লাভ কৰিলে৷

“প্ৰত্যেক বাধাই নিজক আগুৱাই নিয়াত এটা সুবিধা প্ৰদান কৰে৷”

05/09/2018

HAPPY TEACHER DAY

Kadong high school,kadong.barpeta district(Assam). but now its situated at mohammadpur.because the old school had broked by Beki river.

24/08/2018
24/06/2018

I Hate Rahim teacher

04/06/2018

I love kadong high school bul i hate Mr awal sir

Address

Mohammadpur
Barpeta
781314

Telephone

9706011587

Website

Alerts

Be the first to know and let us send you an email when Kadong High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Kadong High School:

Shortcuts

Share

Category