Joynal Abedin Jatiya Vidyalaya, Mahammadpur

Joynal Abedin Jatiya Vidyalaya, Mahammadpur This is a private school. Established on 2007 . location Mahammad pur ( kadong ) , Barpeta , ASSAM

19/11/2022
19/11/2022
07/06/2022

জয়নাল আবেদিন জাতীয় বিদ্যালয়,মহম্মদপুৰ,কাদং
H.S.L.C. Exam. Result 2022
1.Distintion 3
2. STAR 3
3. 1st Div. 11
4. 2nd 13
5. 3rd Div. 5
6. Fail 4
7. Absent 2
----------------
Total 41
---------------------
Subject Letter
Science 8
Assamese 7
Mathematics 7
English 6
Hindi 4
Ad.Math. 2
Arabic 5
Social 3

23/03/2022
***জয়নাল আবেদিন জাতীয় বিদ্যালয়, কাদং***        2022-23 শিক্ষাবৰ্ষৰ নামভৰ্তি চলি আছে-*** জয়নাল আবেদিন জাতীয় বিদ্যালয...
23/03/2022

***জয়নাল আবেদিন জাতীয় বিদ্যালয়, কাদং***

2022-23 শিক্ষাবৰ্ষৰ নামভৰ্তি চলি আছে-

*** জয়নাল আবেদিন জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত বেনাৰ লগোৱা কাৰ্যসূচী সম্পন্ন কৰা হয়।***

প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল লৈ মোৰ অশেষ ধন্যবাদ ও আশীৰ্বাদ থাকিল। সত্য আৰু ন্যায়ৰ পক্ষে থাকি যাতে তোমালোকে জীৱনত সফলতা অৰ্জন কৰিব পাৰা। অৰ্থৰ বাবে বেইমানী, বিশ্বাসঘাটকতাৰ আশ্ৰয় কেতিয়াও নল'বা।****

***জয়নাল আবেদিন জাতীয় বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী ও বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল ।

**********ফুলকুমলীয়া জীৱনৰ স্মৃতি বিজড়িত তোমালোকৰ বিদ্যালয়খনৰ প্ৰতি শুভ দৃষ্টি ৰাখিবা বুলি মোৰ বিশ্বাস। *********

লগতে
বেনাৰ লগোৱা কাৰ্যসূচীত সহযোগ কৰা-
মাননীয় সভাপতি ওহাবুৰ ৰহমান, বিদ্যালয়ৰ ভূমিদাঁতা মাননীয় জয়নাল আবেদিন চাহাব, শিক্ষক-শিক্ষয়িত্ৰীসকল লৈ মোৰ আন্তৰিক কৃতজ্ঞতা থাকিল।
***ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।*****

***জয়নাল আবেদিন জাতীয় বিদ্যালয়,কাদং***        ***অধ্যক্ষৰ নিজা তত্ত্বাৱধানত ******ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ সু-ব্যৱস্থা...
22/03/2022

***জয়নাল আবেদিন জাতীয় বিদ্যালয়,কাদং***
***অধ্যক্ষৰ নিজা তত্ত্বাৱধানত ***
***ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ সু-ব্যৱস্থা আছে***
# # #যোগাযোগৰ নং 7002823207 # # #
---------------------------------------------------------------------
বিঃদ্ৰঃ শিক্ষা লাভৰ বাবে সুস্থ সুন্দৰ পৰিৱেশৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মানসিক প্ৰশান্তিও অতিকৈ প্ৰয়োজন। সেয়ে ছাত্ৰ-ছাত্ৰী সকলৰ খোৱাকে আদি কৰি কোনো ক্ষেত্ৰতে মানসিক নিৰ্যাতন নকৰাৰ প্ৰতিশ্ৰুতিৰে-

নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে.......
22/03/2022

নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে.......

Address

Barpeta
781314

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+917002823207

Website

Alerts

Be the first to know and let us send you an email when Joynal Abedin Jatiya Vidyalaya, Mahammadpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category