31/03/2021
Structure : No need to + verb + obj.
♦ No need to tell.-কোৱাৰ কোনো প্ৰয়োজন/দৰকাৰ নাই।
♦ No need to wait.- অপেক্ষা কৰাৰ কোনো প্ৰয়োজন/দৰকাৰ নাই।
♦ No need to write.লিখাৰ দৰকাৰ নাই।
♦ No need to stand.- থিয় হ'ব নালাগে ।
♦ No need to sit.- বহিব নালাগে।
♦ No need to go.- যোৱাৰ কোনো প্ৰয়োজন নাই ।
♦ No need to eat.-খোৱাৰ প্ৰয়োজন নাই।
♦ No need to learn.- শিকাৰ প্ৰয়োজন নাই ।
♦ No need to cook.- ৰান্ধিব নালাগে।
♦ No need to work.- কাম কৰিব নালাগে
♦ No need to believe. - বিশ্বাস কৰিব নালাগে।