Eden Garden Academy,Milijuli

Eden Garden Academy,Milijuli

Share

please help our school

04/02/2024

জানুৱাৰীৰ পৰা মাৰ্চলৈ। এই তিনিটা মাহ সম্পূৰ্ণৰূপে ৰাজহুৱা ঠাইত Loud Speaker দি পতা ধৰ্মীয় অনুষ্ঠান ও ৰাজনৈতিক সভা সকলো বন্ধ ৰাখিব লাগে। H.S.L.C আৰু H.S ৰ চূড়ান্ত পৰীক্ষাৰ সময় লগতে স্কুলৰ বছেৰেকীয়া পৰীক্ষাৰো সময়।
এটা পৰীক্ষাৰ বাবেই এজন ছাত্ৰই ওৰেটো বছৰ দিন ৰাতি একাকাৰ কৰি শ্ৰম কৰে। অভিভাৱকসকলে মূৰৰ ঘাম ভৰিত পেলাই উপাৰ্জন কৰা অতি কষ্টৰ ধন ল'ৰা-ছোৱালীৰ ওপৰত খৰচ কৰে। এইখিনি সময়টোতেই যদি ভালদৰে মনোযোগ দিব নোৱাৰে বাহিৰা অসুবিধাৰ বাবে এজন ছাত্ৰ জীৱন ধ্বংস বুলিয়েই ক'ব পাৰি।

সভা সমিতিৰ ঠাইত ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰত গৈ লিখা পঢ়াৰ খবৰ এটি আমি ল'ব নোৱাৰোঁনে ? মাত এষাৰ দি অলপ সাহস দিলে কিনো মহাভাৰতখন অশুদ্ধ হৈ যাব ?

বাবুল হুছাইন(ইডেন গাৰ্ডেন একাডেমী)

24/01/2024
Photos from Eden Garden Academy,Milijuli's post 15/08/2023

৭৭তম স্বাধীনতা দিৱস ২০২৩ ৰ কিছু আলোক চিত্ৰ;ইডেন গাৰ্ডেন একাডেমী,মিলিজুলি

22/05/2023

1.Shakibul-90.67%
2.shorif uddin-69%
3.shahanaz parbin-65%
4.Bilayet Hussain-61%
5.Gulap Hussain-60%

second division-16
third division- 2

22/05/2023
Want your school to be the top-listed School/college in Barpeta?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Barpeta