Dr.Ambedkar Academy, Uttar Barpeta

Dr.Ambedkar Academy, Uttar Barpeta Dr.Ambedkar Academy, Uttar Barpeta
RUN BY

CONCEPT EDUCATION BARPETA

09/05/2024
ADMISSION GOING ON
26/03/2024

ADMISSION GOING ON

25/03/2024

HAPPY HOLI FROM DR. AMBEDKAR ACADEMY, UTTAR BARPETA

Our Best Faculties of Science and Mathematics
15/03/2024

Our Best Faculties of Science and Mathematics

13/03/2024

DR. AMBEDKAR ACADEMY, UTTAR BARPETA

ANNUAL FUNCTION - 2023

DR. AMBEDKAR ACADEMY, UTTAR BARPETA
25/02/2024

DR. AMBEDKAR ACADEMY, UTTAR BARPETA

15/02/2024

ড° আম্বেদকাৰ একাডেমী উত্তৰ বৰপেটা ত সহকাৰী শিক্ষক পদৰ বাবে প্ৰাপ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে।

১/ শিক্ষক কৰ্মচাৰীৰ বাবে স্নাতক (কলা)।

২/ মাতৃ শিক্ষয়িত্ৰীৰ বাবে নূন্যতম অষ্টম উত্তীৰ্ণ।

৩/ B.Ed ডিগ্ৰী বা D.El.Ed ধাৰী আৰু অভিজ্ঞতা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হব।

৪) পদটো চুক্তিৰ ভিত্তিত (প্ৰথম অৱস্থাত এবছৰৰ বাবে) পূৰণ কৰা হ’ব আৰু কৰ্মক্ষমতা অনুসৰি বৃদ্ধি কৰা হ’ব।

৫/ বাছনি সমিতিৰ সিদ্ধান্ত চূড়ান্ত।

৬/ দৰমহাৰ পেকেজ বিদ্যালয় সমিতিৰ সৈতে আলোচনাযোগ্য।

৭) সমাজ বিজ্ঞান বিষয়ৰ বাবে এজন শিক্ষকৰ প্ৰয়োজন (ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ বাবে)

৮/ ইংৰাজী বিষয়ৰ শিক্ষকৰ প্ৰয়োজন ( ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ বাবে)
হিন্দী বিষয়ৰ শিক্ষকৰ প্ৰয়োজন ( ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে)

৯/ অসমীয়া শিক্ষক প্ৰয়োজন
ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে)

দৰ্খাস্ত- তলত দিয়া নথিসমূহ বায়’ডাটাৰ সৈতে সংলগ্ন কৰিব লাগিব ।
১/ শেহতীয়া ৩ কপি পাছপ'ৰ্টৰ আকাৰৰ ফটো।
২) শিক্ষাগত অৰ্হতা আৰু অন্যান্য প্ৰাসংগিক নথি-পত্ৰ দেখুওৱা সকলো প্ৰশংসাপত্ৰ। ৩/ প্ৰমাণপত্ৰ, আইডি প্ৰমাণ। (ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপৰ্ট আদি)।

যোগাযোগ কৰক -
৬২০৭৭৩০২২৬,৮৪৫৩৬০৬২৫০

DR. AMBEDKAR ACADEMY, UTTAR BARPETA PROJECT - ScienceTopic- China Rose Dissection
05/02/2024

DR. AMBEDKAR ACADEMY, UTTAR BARPETA

PROJECT - Science
Topic- China Rose Dissection

31/01/2024

২০২৪-২০২৫ শিক্ষাবৰ্ষৰ বাবে অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে ফোন কৰক: ৮৪৫৩৬০৬২৫০,৬২০৭৭৩০২২৬,৮৮২২১ ৬৪৭৫২,৯০৮৫২ ৫০৩৫৭,৯৩৮৭৯ ২৬২০১ **উল্লেখযোগ্য বৈশিষ্ট্য**
১/ নিষ্ঠাবান, উচ্চ যোগ্যতাসম্পন্ন আৰু অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা প্ৰদান কৰা পাঠদান।
২/ গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া।
৩/ ব্যক্তিগত যত্ন
৪/ সন্দেহ ( Doubt Class) শ্ৰেণীৰ সুবিধা
৫/ মাহেকীয়া ভিত্তিত MCQ পৰীক্ষা
৬/ DPP & WPP প্ৰদান কৰা ।
৭/ এন চি চি (NCC)প্ৰশিক্ষণ।
৮/ দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত যত্ন ।
৯/ হোষ্টেলৰ সুবিধা ।
১০/ বিভিন্ন কাৰ্য্যকলাপৰ দ্বাৰা প্ৰশিক্ষণ অৰ্থাৎ Activity class
১১/ NEET,JEE,NDA, ইত্যাদিৰ বাবে প্ৰি-ফাউণ্ডেচন ক্লাছ
১২) আকস্মিক পৰীক্ষা লোৱা ( Surprise Test)
১৩) বিশুদ্ধ পানী আৰু বিদ্যুৎৰ ব্যৱস্থা ।
১৪) ব্যৱহাৰিক শ্ৰেণী (Practical Classess)
১৫) ইংৰাজী ক’ব পৰা ক্লাছ
১৬) আলোচনা চক্ৰৰ শ্ৰেণী
১৭) আন কিছুমান
*
**গুণগত শিক্ষা বিভিন্ন কাৰ্যকলাপৰ জড়িয়তে প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি ড° আম্বেদকাৰ একাডেমী, উত্তৰ বৰপেটা'ই আৰম্ভ কৰিছে 2024-25 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি কৰণ প্ৰক্ৰিয়া ।

NB:
1.পাঠদান শুভাৰম্ভ: 01-04-2024

Address

Sonkuchi
Barpeta
781314

Telephone

+918453606250

Website

Alerts

Be the first to know and let us send you an email when Dr.Ambedkar Academy, Uttar Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dr.Ambedkar Academy, Uttar Barpeta:

Shortcuts

Share

Category