৫৯২ নং মৰিছা প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Barpeta
  • ৫৯২ নং মৰিছা প্ৰাথমিক বিদ্যালয়

৫৯২ নং মৰিছা প্ৰাথমিক বিদ্যালয় ‌ '592 NO MARICHA LPS' is a lower primary school located in kayakuchi Barpeta ,Assam.

5 June 2017 world environment day memory
05/06/2026

5 June 2017 world environment day memory

৫৯২ মৰিচা প্রাথমিক বিদ্যালয়ত সুদীর্ঘ ১০বছৰ শিক্ষকতা কৰা শ্ৰদ্ধাৰ আব্দুৰ ৰহমান ছাৰৰ আজি ৰাতিপুৱা 5 বজাত FAAMCH মৃত্যু হয়।...
18/12/2025

৫৯২ মৰিচা প্রাথমিক বিদ্যালয়ত সুদীর্ঘ ১০বছৰ শিক্ষকতা কৰা শ্ৰদ্ধাৰ আব্দুৰ ৰহমান ছাৰৰ আজি ৰাতিপুৱা 5 বজাত FAAMCH মৃত্যু হয়। ছাৰৰ আত্মাৰ সদগতিৰ কামনা কৰিলো লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

25/11/2025

Dhruba jyoti haloi sir Participated in 50th Golden Jubilee National yoga sports championship-2025 at Mysore, Karnataka f...
13/10/2025

Dhruba jyoti haloi sir Participated in 50th Golden Jubilee National yoga sports championship-2025 at Mysore, Karnataka from Assam.

 #জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি # # ৰাজ্যৰ সাংস্কৃতিক জগতৰ ধ্ৰুৱ তৰা, অসমীয়া সংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰা আজীৱন মানৱতা...
20/09/2025

#জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি # #

ৰাজ্যৰ সাংস্কৃতিক জগতৰ ধ্ৰুৱ তৰা, অসমীয়া সংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰা আজীৱন মানৱতাৰ গান গোৱা অসমীয়াৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ অকাল মহাপ্ৰয়ান অসমৰ বাবে অপুৰনীয় ক্ষতি। তেখেতৰ মৃত্যুত 592 নং মৰিছা প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

  teacher day..Teachers plant seeds of knowledge that grow forever. #
05/09/2025

teacher day..Teachers plant seeds of knowledge that grow forever. #

   #
15/08/2025

#

৫৯২ মৰিচা প্রাথমিক বিদ্যালয়ত সুদীর্ঘ ১০বছৰ শিক্ষকতা কৰা শ্ৰদ্ধাৰ ৰহমান ছাৰৰ সুস্বাস্থ্য কামনা কৰিলো লগতে দীর্ঘায়ু কামনা...
29/03/2025

৫৯২ মৰিচা প্রাথমিক বিদ্যালয়ত সুদীর্ঘ ১০বছৰ শিক্ষকতা কৰা শ্ৰদ্ধাৰ ৰহমান ছাৰৰ সুস্বাস্থ্য কামনা কৰিলো লগতে দীর্ঘায়ু কামনা কৰিলো ।

   #
12/03/2025

#

  Dhrubajyoti Haloi  sir for  winning 1st All assam yogasana sports Championship 2025 ,Dhemaji Got 2nd prize in Traditio...
06/02/2025

Dhrubajyoti Haloi sir for winning 1st All assam yogasana sports Championship 2025 ,Dhemaji
Got 2nd prize in Traditional & Artistic both event ( Super-senior boys group).

Address

Barpeta Kayakuchi Road
Barpeta
781352

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 2pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 12:30pm

Telephone

+917002806070

Website

Alerts

Be the first to know and let us send you an email when ৫৯২ নং মৰিছা প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ৫৯২ নং মৰিছা প্ৰাথমিক বিদ্যালয়:

Shortcuts

Share

Category