22/05/2023
১৯৭১ চনৰ পৰা ২০১৮ চনলৈকে মধ্য কামৰূপ মহাবিদ্যালয়ত বুৰঞ্জী বিষয় লৈ HS বা BA(Major/General) অধ্যয়ন কৰা সকলো ছাত্ৰ-ছাত্ৰীক তলৰ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল।
6000028384, 7002169878
বুৰঞ্জী বিভাগ, মধ্য কামৰূপ মহাবিদ্যালয়,শুভা চেঙা
বি:দ্ৰ- ইতিমধ্যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে যোগাযোগ কৰিছে তেওঁলোকে পুনৰাই যোগাযোগ নকৰিলেও হ'ব।