BBK College Confession

BBK College Confession BBK College ৰ প্ৰাক্তন তথা সমূহ ন- পুৰণি ছাত্ৰ

৬ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডে ...
21/01/2025

৬ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডে প্ৰকাশ কৰিলে পৰীক্ষাৰ সময় সূচী।

আহিব, আহিবা, আহিবি !!প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ পোন প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৈ আনুষ্ঠানিক ভাৱে এটা দিনযোৰা কাৰ্য্যসূচী ...
20/12/2024

আহিব, আহিবা, আহিবি !!

প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ পোন প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৈ আনুষ্ঠানিক ভাৱে এটা দিনযোৰা কাৰ্য্যসূচী ৰে আয়োজন কৰা হৈছে "সতীৰ্থ সন্মিলন" ৰ আহিব সকলোৱে লগ পাম সকলোকে চিনাকি হ'ম কথা পাতিম পুনৰ সজীৱ কৰি তুলিম পাৰ হৈ যোৱা নষ্টালজিয়া জীৱনৰ স্মৃতি বোৰ।
সতীৰ্থ সকলক লগ পাম চিনিয়ৰ ৰ লগত চিনাকি হ'ম জুনিয়ৰ লগত পাৰ কৰি অহা কলেজীয়া জীৱনৰ স্মৃতি ৰ আলাপ পাৰিম , লগৰীয়াৰ লগত মনৰ কথা পাতিম। এই সুযোগত সকলোকে একেলগে লগ পাম সকলোৱে এদিন ৰ বাবে আকৌ এবাৰ জীয়াই তুলিম পাৰ কৰি অহা সোনালী দিনৰ সোনালী অতীত বোৰ । এদিনৰ বাবে আকৌ জীয়াই তুলিম অতীত ৰ মধুৰ স্মৃতি বোৰক ।
সকলোকে লগ পোৱাৰ আশা থাকিলে‌
ব্যস্ত জীৱনৰ পৰা এদিনৰ সময় উলিয়াই আহিবচোন আমাৰ সকলোৰে নষ্টালজিয়া জীৱনৰ প্ৰিয় ঠাই BBKC ৰ চৌহদত ।
তাৰিখ 25/12/2024।

ধন্যবাদ..

Highlights
BBK College Nagaon Barpeta-Assam
BBK College Confession

29/05/2024

অতীতক ৰোমন্থণ কৰি বি.বি.কে কলেজৰ প্ৰাক্তন ছাত্ৰ #অবিনাশ কালিতাৰ লেখনী আৰু আবৃত্তি আৰু ফাৰুক আহমেদৰ সংগীত ব্যৱস্থাপনাৰে এটি কবিতা আগ বঢ়ালো।ভাল লাগিছে share আৰু page টো like কৰিব। কবিতাটি YouTube ত পাব
Link:

https://www.youtube.com/channel/UCUvxXsEU5754gVGk4JMN_Lg

22/05/2024

During Spring season
BBK College Nagaon Barpeta-Assam
BBK College Confession
Baosi Banikanta Kakati College,Nagaon,Barpeta

ঐতিহ্যমণ্ডিত  বৰপেটা জিলাৰ নগাঁও ৰ ভূমিত  আজিৰ দৰে কোনো এটা অসাধাৰণ দিনত বিশাল মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত জ্ঞানৰ শিপা মেল...
20/08/2023

ঐতিহ্যমণ্ডিত বৰপেটা জিলাৰ নগাঁও ৰ ভূমিত আজিৰ দৰে কোনো এটা অসাধাৰণ দিনত বিশাল মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত জ্ঞানৰ শিপা মেলি অন্ধকাৰ সমাজলৈ পোহৰৰ বাট দেখুৱাই জন্ম লাভ কৰিছিল আমাৰ আবেগৰ "বি বি কে কলেজ" তেতিয়াৰ পৰা আজি পৰ্যন্ত এই ঠাই খিনিক সেউজ কৰি ৰাখিছে ..... হে "বি বি কে" তুমি পোহৰানুবেগী সমাজৰ জ্যোতিৰ বৃক্ষ..... জ্ঞান পিপাসু হাজাৰ ক্লান্ত উশাহৰ আধাৰ তুমি হে জ্যোতিস্মান.......প্ৰসাৰিত এটি সত্তা তুমি জীৱন যৌৱনৰ হেঁপাহৰ আন এটা নাম তুমি ....
৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছাৰে ❤️💚
চিৰকাল উৰি থাকক তোমাৰ স্বাভিমানৰ পতাকা.... তুমি সদায় জিলিকি থাকা ❣️
# শুভ জন্ম দিন "বি বি কে কলেজ"💚❤️
#বি বি কে কলেজ


BBK College Nagaon Barpeta-Assam

Admission for Art/Science or BCA is going on.
13/06/2023

Admission for Art/Science or BCA is going on.

Admission is going on...hurry up
01/06/2023

Admission is going on...hurry up

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে জাননী ।.........  দৰ্পণ পৰ্টেলৰ জৰিয়তে সকলো শিক্ষাৰ্থীয়ে আবেদন কৰিব লাগিব। ...
25/05/2023

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে জাননী ।.........

দৰ্পণ পৰ্টেলৰ জৰিয়তে সকলো শিক্ষাৰ্থীয়ে আবেদন কৰিব লাগিব। ২৯ মে ৰ পৰা ৯ জুনলৈ আবেদন কৰিব পাৰিব। এগৰাকী শিক্ষাৰ্থীয়ে সৰ্বাধিক ৫খন শিক্ষানুষ্ঠান ৰ বাবে কৰিব পাৰিব আবেদন । ১২ জুনত নামভৰ্তিৰ বাছনি তালিকা দৰ্পণ পৰ্টেলত প্ৰকাশ পাব ।১৬ জুনৰ ভিতৰত নামভৰ্তি নিশ্চিতি কৰিব লাগিব দৰ্পণ পৰ্টেলৰ জৰিয়তে।

18/01/2023

নমস্কাৰ
ইয়াৰ দ্বাৰা বাউসী বাণিকান্ত কাকতি মহাবিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক জনোৱা হয় যে মহাবিদ্যালয় ৰ সোণালী জয়ন্তী অনুষ্ঠান উপলক্ষে ২৮/০১/২০২৩ তাৰিখ অৰ্থাৎ দ্বিতীয় দিনৰ কাৰ্য্যসূচী ৰ লগত সংগতি ৰাখি আবেলি ৩ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। সেয়েহে উক্ত সাংস্কৃতিক অনুষ্ঠানত কোনোবা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে যদি বিভিন্ন ধৰণৰ সংগীত, নৃত্য, ইত্যাদি পৰিবেশন কৰিব বিচাৰে তেনেহলে অহা ২১/০১/২০২৩ ইংৰাজী তাৰিখ বা তাৰ আগতে নিজৰ নিজৰ নাম সমূহ মোৰ ব্যক্তিগত WhatsApp যোগেদি অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
ছানিদুল ইছলাম
সহ: সম্পাদক
প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমিতি
ফোন:-৯১২৭১৬৮১৮৫

আগতীয়াকৈ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো🥰😍𝗫𝗔𝗣𝗢𝗡 𝗙𝗢𝗨𝗡𝗗𝗔𝗧𝗜𝗢𝗡Baosi Banikanta Kakati College,Nagaon,BarpetaBao...
22/12/2022

আগতীয়াকৈ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো🥰😍
𝗫𝗔𝗣𝗢𝗡 𝗙𝗢𝗨𝗡𝗗𝗔𝗧𝗜𝗢𝗡
Baosi Banikanta Kakati College,Nagaon,Barpeta
Baosi Banikanta Kakati College students union

Address

Barpeta
781314

Alerts

Be the first to know and let us send you an email when BBK College Confession posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to BBK College Confession:

Shortcuts

Share

Category