28/07/2023 ইংৰাজৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰা ব্যক্তি জনেই আছিল এজন মুছলমান। ভাৰত স্বাধীনতাৰ বাবে প্ৰথমে অস্ত্ৰ হাতত লৈছিল মুছলমান সকলেই।
28/07/2023 ২বছৰৰ পিছতো হিমন্ত চৰকাৰে যি কাম কৰিব নোৱাৰিলে সেই কাম মাত্ৰ এমাহতে কৰি দেখুৱালে ছিদ্দাৰামায়া চৰকাৰে।প্ৰথম কেবিনেট বৈঠকতে কাৰ্যকৰী কৰিলে জনতাক প্ৰতিশ্ৰুতি দিয়া ৫টা গ্যেৰাণ্টী। হিমন্ত চৰকাৰে অসমত বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল আনফালে কৰ্ণাটকত ফ্ৰী বিদ্যুৎ দিলে ছিদ্দাৰামায়া চৰকাৰে....